DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পেটৰ বিৰল টিউমাৰৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন নাৰায়ণা হাস্পতালৰ

বৃহদন্ত্ৰত ধৰা পৰা জিআইএছটি মানৱ দেহতেই অতি বিৰল ,শতকৰা এজনতকৈও কম লোক এনে জটিল সমস্যাত আক্ৰান্ত হয়

এন ই নাও নিউজ by এন ই নাও নিউজ
September 13, 2019 8:03 am
op_3757961_835x547-m
795
VIEWS
Share on FacebookShare on Twitter

আমিনগাঁও স্থিত নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতালৰ এদল চিকিসকে আন এক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

পেটৰ এক বিৰল টিউমাৰৰ সমস্যাত দীৰ্ঘদিন ধৰি ভুগি থকা এগৰাকী ৰোগীৰ জটিল অথচ সফল অস্ত্ৰোপচাৰ সম্পন্ন কৰে নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতালৰ চিকিৎসকৰ দলটোৱে।

জিআই অঙ্ক’ছাৰ্জন ডাঃ দিগ্বিজয় শৰ্মা আৰু ডাঃ সৈকত মালিকৰ লগতে এনাষ্ঠেছিয়া বিশেষজ্ঞ ডাঃ ইমদাদ হুছেইন আৰু ডাঃ স্বপ্নীলে এই জটিল অস্ত্ৰোপচাৰটো সম্পাদন কৰে।

উল্লেখ্য যে শিলচৰৰ ৰঞ্জিৎ কুমাৰ সিংহ নামৰ এগৰাকী ৰোগীৰ দেহত এক বৃহৎ গেষ্ট্ৰ’ইণ্টেষ্টাইনেল টিউমাৰ ধৰা পৰিছিল।

বৃহদন্ত্ৰত ধৰা পৰা এই জিআইএছটি মানৱ দেহতেই অতি বিৰল। শতকৰা এজনতকৈও কম লোক এনে জটিল সমস্যাত আক্ৰান্ত হয়।

ৰোগীগৰাকীৰ দেহত সংকটপূৰ্ণ হাইপ’থাইৰ’ডিজম ধৰা পৰা বাবে এনাছথেছিয়া প্ৰয়োগ আৰু অস্ত্ৰোপচাৰৰ বাবেও জটিলতা আহি পৰিছিল।

এনেবোৰ জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিআই অঙ্ক’ছাৰ্জন, এনাছথেছিষ্ট আৰু এণ্ডোক্ৰাইন’ল’জিষ্টৰ এটা দলে অহৰহ পৰ্যবেক্ষণেৰে অতি সাৱলীলভাৱে সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণাধীন ৰাখি অস্ত্ৰোপচাৰটো সম্পন্ন কৰে।

উল্লেখ্য যে নাৰায়ণা হাস্পতালৰ ছাৰ্জিকেল গেষ্ট্ৰ’এণ্টাৰোল’জী আৰু জিআই অঙ্ক’ল’জী বিভাগে ইয়াৰ পূৰ্বেও ভালেমান জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰি আহিছে।

ইতিমধ্যে জিআই ট্ৰেক্ট, যকৃত,পাচনতন্ত্ৰ আদিৰ কৰ্কট ৰোগৰ অস্ত্ৰোপচাৰো সফলতাৰে সম্পন্ন কৰিছে চিকিৎসকসকলে।

Recent News

Chess গুৱাহাটী দবা একাডেমীৰ অনুৰ্দ্ধ ৭ বছৰ আৰু অনুৰ্দ্ধ ১১বছৰ দবা প্ৰতিযোগিতা

Chessসদৌ অসম অনুৰ্দ্ধ ৭ বছৰ আৰু অনুৰ্দ্ধ ১৯বছৰ অনলাইন দবা প্ৰতিযোগিতা

International Day Against Drug Abuseআজি আন্তৰ্জাতিক ড্ৰাগছ মুক্ত দিৱসঃ মাৰ্ঘেৰিটাত সেৱা ফাউণ্ডেচনৰ উদ্যোগত সজাগতা সভা-বাইক ৰেলী

International Day Against Drug Abuseআজি আন্তৰ্জাতিক ড্ৰাগছ মুক্ত দিৱসঃ মাৰ্ঘেৰিটাত সেৱা ফাউণ্ডেচনৰ উদ্যোগত সজাগতা সভা-বাইক ৰেলী

‘হিন্দু কেলেণ্ডাৰ চাই মঙ্গলযান পঠিয়াইছিল ইছৰোৱে’-মন্তব্য কৰি ট্রোলড হ’ল মাধৱন

‘হিন্দু কেলেণ্ডাৰ চাই মঙ্গলযান পঠিয়াইছিল ইছৰোৱে’-মন্তব্য কৰি ট্রোলড হ’ল মাধৱন

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd