• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অসমকে ধৰি দেশৰ ৮ ৰাজ্যত পাকিস্তানৰ চোৰাংচোৱাৰ বিৰুদ্ধে NIAৰ বৃহৎ অভিযান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 1, 2025 9:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়া কৈ পাকিস্তানৰ চোৰাংচোৱাগিৰিৰ অভিযোগত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (NIA)য়ে দেশৰ ৮খন ৰাজ্যৰ ১৫টা স্থানত ব্যাপক তালাচী অভিযান চলায়। দিল্লী, মহাৰাষ্ট্ৰ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, ৰাজস্থান, ছত্তীশগড়, অসম আৰু পশ্চিম বংগত পাকিস্তানী গোয়েন্দা সংস্থাৰ (PIO) সৈতে জড়িত সন্দেহযুক্ত ব্যক্তিৰ ঠিকনাত এই অভিযান চলোৱা বুলি জানিব পৰা গৈছে।

অভিযানৰ সময়ত NIAৰ দলে কেইবাটাও ইলেক্ট্ৰনিক সঁজুলি, স্পৰ্শকাতৰ বিত্তীয় নথি আৰু অন্যান্য আপত্তিজনক সামগ্ৰী জব্দ কৰিছে। ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী ষড়যন্ত্ৰৰ অংশ হিচাপে পাকিস্তানৰ নিৰ্দেশত চলা এই চোৰাংচোৱা নেটৱৰ্ক উদঙাবলৈ এই তদন্ত চলি আছে বুলি সদৰী কৰিছে। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF)ৰ জোৱান মতিৰাম জাটৰ গ্ৰেপ্তাৰৰ পিছতে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থায়

Apply Now

NIAৰ তদন্তত প্ৰকাশ পাইছে যে এই ব্যক্তিসকলে ভাৰতৰ জাতীয় সুৰক্ষাৰ সৈতে জড়িত গোপনীয় তথ্য পাকিস্তানলৈ প্ৰেৰণ কৰিছিল আৰু তাৰ বিনিময়ত বিভিন্ন মাধ্যমৰ জৰিয়তে ধন লাভ কৰিছিল। ২০ মে’ত NIAই মতিৰাম জাট নামৰ CRPFৰ এজন সহকাৰী উপ-পৰিদৰ্শকক গ্ৰেপ্তাৰ কৰে। তেওঁ ২০২৩ চনৰ পৰা পাকিস্তানী গোয়েন্দাৰ সৈতে তথ্য ভাগ-বতৰা কৰি আহিছিল বুলি তদন্তত পোহৰলৈ অহিছে। আৰু জম্মু-কাশ্মীৰৰ পহলগামত ১১৬ নম্বৰ বেটেলিয়নত নিয়োজিত আছিল, য’ত ২২ এপ্ৰিলত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হৈছিল। আক্ৰমণৰ পাঁচ দিন পূৰ্বে তেওঁক পহলগামৰ পৰা বদলি কৰা হৈছিল বুলি উল্লেখ কৰিছে। জাটক CRPFৰ পৰা বৰ্খাস্ত কৰা হৈছে আৰু বৰ্তমান তেওঁ NIAৰ জিম্মাত আছে।

এই গোচৰত NIAই ভাৰতীয় ন্যায় সংহিতা (BNS) ২০২৩ৰ ধাৰা ৬১(২), ১৪৭, ১৪৮, অফিচিয়েল ছিক্ৰেটছ এক্ট ১৯২৩ৰ ধাৰা ৩ আৰু ৫, আৰু অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA) ১৯৬৭ৰ ধাৰা ১৮ৰ অধীনত গোচৰ ৰুজু কৰিছে। এতিয়াও  তদন্ত অব্যাহত আছে বুলি সদৰী কৰিছে। ইফালে, অসম আৰক্ষীয়ে পাকিস্তানৰ সমৰ্থনত জড়িত থকাৰ অভিযোগত এতিয়ালৈকে ৮১ জনক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। শেহতীয়াকৈ শোণিতপুৰ আৰক্ষীয়ে মইনুল হকক আৰু কামৰূপ আৰক্ষীয়ে হাফিজুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এই তথ্য প্ৰকাশ কৰি পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দৃঢ়তা প্ৰকাশ কৰিছে।

Tags: AssamNewsCRPFLeakEspionageNetworkIndiaSecurityIndiaVsTerrorNationalSecurityNIANIAOperationPakistanSpyRingTerrorLinks
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd