• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰিতুমণি হাজৰিকালৈ নিয়াৰ চমন

NE NOW NEWS পার্শ্বজোতি গগৈ
শিৱসাগৰ , March 23, 2020 7:09 am

1 min read

ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰিতুমণি হাজৰিকালৈ নিয়াৰ চমন
8.9k
VIEWS
Share on FacebookShare on Twitter

এজনৰ পিছত এজনকৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতালৈ নিয়াৰ চমন। দেওবাৰে প্ৰধান মন্ত্ৰীয়ে আহ্বান জনোৱা জনতা কাৰ্ফিউৰ মাজতেই নিয়াই চমন জাৰি কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰিতুমণি হাজৰিকালৈ।

আজি  অৰ্থাৎ ২৩ মাৰ্চত ‘কা’ বিৰোধী আন্দোলনত সক্ৰিয় ভুমিকা লোৱা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এইগৰাকী নেতাক নিয়াৰ সোণাপুৰস্থিত কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

ৰিতুমণিক ভাৰতীয় দণ্ডবিধিৰ RC-13/2019/NIA-GUW/n/s 120B/124A/153A/153B আৰু বেআইনী কাৰ্য্যকলাপ প্ৰতিৰোধী আইন UA(P)Aৰ 18/39 ধাৰাৰ এক গোচৰৰ সংক্ৰান্তত সোধা-পোছাৰ চমন জাৰি কৰিছে নিয়াই।

ইফালে ক’ৰ’না ভাইৰাছক কেন্দ্ৰ চৰকাৰ-প্ৰশাসনে সকলো পৰিবহণ ব্যৱস্থা বন্ধ কৰি দিয়াত কিদৰে নিয়াৰ কাৰ্যালয়ত উপস্থিত হ’ব বুলি প্ৰশ্ন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা গৰাকীয়ে। সেয়ে তেওঁ ২৩ মাৰ্চৰ পৰিৱৰ্তে অন্য তাৰিখত হাজিৰ হোৱাৰ দিন ধাৰ্য্য কৰিবলৈ নিয়াক আহ্বান জনাইছে।

উল্লেখযোগ্য যে ২০ মাৰ্চত নিয়াই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আন দুজন নেতা পৰাশৰ কোঁৱৰ আৰু যুগল গগৈক চমন জাৰি কৰিছিল। পৰাশৰ কোঁৱৰক ২৩ মাৰ্চত আৰু যুগল গগৈক ২৫ মাৰ্চত নিয়াৰ সোণাপুৰৰ কাৰ্যালয়ত উপস্থিত হ’বলৈ কোৱা হৈছিল।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd