DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 13, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

হাৰিয়ানাত নৈশ সান্ধ্য আইন জাৰি, ভেকচিন গ্ৰহণ নকৰা লোক নিষিদ্ধ হ’ব ৰাজহুৱা স্থানত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 24, 2021 7:54 pm
Night Curfew In Haryana
129
VIEWS
Share on FacebookShare on Twitter

ক’ভিদ কেন্দ্ৰিক নীতিৰ শিথিলতা লাভৰ কিছু দিনৰ পিছতেই আকৌ দেশত পুনৰ অ’মিক্ৰণৰ বৰ্দ্ধিত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত কঠোৰ নীতি গ্ৰহণৰ সম্ভাৱনাই গা কৰি উঠিছে।

দেশত অ’মিক্ৰণৰ সংক্ৰমণ নিতৌ বৃদ্ধি পোৱাৰ পিছতে আজি হাৰিয়ানা চৰকাৰে নৈশ সান্ধ্য জাৰি কৰিছে। উল্লেখ্য ইয়াৰ পূৰ্বে মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশেও ৰাজ্যত সান্ধ্য আইন জাৰি কৰিছে।

আজি ৰাতিৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰৱৰ্তী নিৰ্দেশ লৈকে সমগ্ৰ হাৰিয়ানাত নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ ৰাজহুৱা যাতায়ত নিষিদ্ধ কৰা হ’ব।

মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে লগতে কয় যে ৰাজহুৱা প্ৰতিষ্ঠানসমূহে প্ৰৱেশৰ বাবে দুবাৰ টিকাকৰণ ৰখাটো বাধ্যতামূলক কৰিব আৰু ১ জানুৱাৰীৰ পৰা ৰাজহুৱা স্থান আৰু অনুষ্ঠানত ২০০ তকৈ অধিক লোকক অনুমতি দিয়া নহ’ব। আজি ক’ভিদ পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰি মুখ্যমন্ত্ৰীয়ে এই ঘোষণা কৰিছিল।

তেওঁ ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ মানুহক ক’ভিদৰ নতুন প্ৰজাতি অ’মিক্ৰণৰৰ বিষয়ে সজাগ কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে । মুখ্যমন্ত্ৰীজনে টিকাকৰণৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে ভেকছিনৰ দুয়োটা পালি গ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান জনায়।

Recent News

National Flag: স্বাধীনতা দিৱস উদযাপনৰ মুহূৰ্তত জানি  লওক ভাৰতৰ জাতীয় পতাকা সম্পৰ্কে কিছু অজান তথ্য

National Flag: স্বাধীনতা দিৱস উদযাপনৰ মুহূৰ্তত জানি লওক ভাৰতৰ জাতীয় পতাকা সম্পৰ্কে কিছু অজান তথ্য

চোৰক মোৰে পালে! ভেটিকানৰ সমীপত সুৰংগৰ পৰা উদ্ধাৰ কৰা হ’ল সন্দেহযুক্ত বেংক ডকাইতক

চোৰক মোৰে পালে! ভেটিকানৰ সমীপত সুৰংগৰ পৰা উদ্ধাৰ কৰা হ’ল সন্দেহযুক্ত বেংক ডকাইতক

Salman Rushdie: অস্ত্ৰোপচাৰৰ পিছত ‘লাইফ ছাপোৰ্ট’ত ছলমান ৰুশ্বডি; অৱস্থা সংকটজনক

Salman Rushdie: অস্ত্ৰোপচাৰৰ পিছত ‘লাইফ ছাপোৰ্ট’ত ছলমান ৰুশ্বডি; অৱস্থা সংকটজনক

আলফা(স্বা:)ৰ বৰ্জনৰ আহ্বানৰ বিপৰীতে সুকলমে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি শিৱসাগৰ জিলা প্ৰশাসনৰ

আলফা(স্বা:)ৰ বৰ্জনৰ আহ্বানৰ বিপৰীতে সুকলমে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি শিৱসাগৰ জিলা প্ৰশাসনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd