• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুকলি কৰি দিয়া হ’ল তেজপুৰ ডিটেনশ্যন কেম্পত থকা ৯ গৰাকী বাংলাদেশীক

এন ই নাও নিউজ by এন ই নাও নিউজ
July 23, 2019 10:44 pm
তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ। ফটো নৰ্থ-ইষ্ট নাও

তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ। ফটো নৰ্থ-ইষ্ট নাও

1.9k
VIEWS
Share on FacebookShare on Twitter

তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ ডিটেনশ্যন কেম্পত থকা ৯ গৰাকী বাংলাদেশী নাগৰিকক নিজ দেশলৈ প্ৰত্যাৱৰ্তন কৰাৰ উদ্দেশ্যে আজি মুকলি কৰি দিয়া হয়।

উল্লেখযোগ্য যে ভাৰতৰ মাটিত অবৈধভাৱে অনুপ্ৰৱেশ কৰাৰ অভিযোগত মুঠ ২২ গৰাকী বাংলাদেশীক শোনিতপুৰ, মৰিগাঁও আৰু ধেমাজী আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।

অসমৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা অনুপ্ৰৱেশৰাকী কেইজনক পিছত তেজপুৰ ডিটেনশ্যন কেম্পলৈ লৈ অনা হৈছিল।

আজি মুকলি কৰি দিয়া বাংলাদেশী নাগৰিক কেইগৰাকী হৈছে জাহাংগীৰ আলম, আব্দুল কাছেম, মহম্মদ আব্দুলা, আব্দুল কালাম মোল্লা, আজাবাহাৰ পে’ডা, বাবুল চৰদাৰ, ৱাইডুল হক, ইলিয়াছ আহমেদ আৰু নুৰুল আলম।

তেওঁলোকক কৰিমগঞ্জ জিলাৰ ভাৰত-ভূটান সীমান্তৰে বাংলাদেশলৈ ঘুৰাই পঠোৱা হ’ব। লোককেইজনক সীমান্ত আৰক্ষীৰ হাতত গতাই তেজপুৰ কাৰাগাৰৰ অধীক্ষক মৃণময় ডাৱকাই সীমান্তত নিৰাপত্তা ব্যৱস্থাৰ সুৰুঙা লৈ বাংলাদেশীয়ে ভাৰতৰ মাটিত অনুপ্ৰৱেশ কৰি আহিছে বুলি গুৰুতৰ অভিযোগ আনে।

তেজপুৰত সংবাদ মাধ্যমৰ আগত আৰক্ষী বিষয়া গৰাকীয়ে উক্ত অভিযোগ আনি লগতে কয় যে সীমান্তৰ নিৰাপত্তাত নিয়োজিত একাংশ বি এছ এফ জোৱানৰ সহযোগত ভাৰত-বাংলাদেশ সীমান্তত বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্য্য সংঘটিত হৈ আহিছ।

‘যিহেতু সীমান্ত অঞ্চলত নিৰাপত্তা বাহিনীৰ লোকসকল কঠোৰ নহয়, অবৈধ অনুপ্ৰৱেশকাৰীসকলে ভাৰতত প্ৰৱেশ কৰাৰ সুবিধা লয়।‘ তেওঁ কয়।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd