DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, October 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দলীয় নেতৃত্বৰ প্ৰতি ক্ষোভ; দলৰ পৰা পদত্যাগ ৯ গৰাকী কংগ্ৰেছ নেতাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 25, 2019 6:02 pm
IMG-20190925-WA0007

কংগ্ৰেছৰ পৰা পদত্যাগ কৰা নেতাসকল

677
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছৰ পৰা পদত্যাগৰ ধাৰা অব্যাহত ৰাখি বুধবাৰে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৯ গৰাকী সদস্যই কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰে।

মহাৰাজ প্ৰদ্যুত কিশোৰে কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পাছতে এই সকল কংগ্ৰেছৰ সদস্যই দলৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সদ্য কংগ্ৰেছ ত্যাগী সদস্য কেইগৰাকী হ’ল ক্ৰমে- দিনেশ দেৱবৰ্মন, শ্ৰীদাম দেৱবৰ্মন,শৰতল দেৱবৰ্মন, হৰি কোলোই, অৰ্জুন দেৱবৰ্মন, ৰিতা দেৱবৰ্মন, সচিত্ৰ দেৱবৰ্মন, প্ৰফুল্ল মুৰাচিং আৰু চিত্ত ৰঞ্জন দেৱবৰ্মন।

বুধবাৰে উজয়ন্তা প্ৰসাদত অনুষ্ঠিত হোৱা এখন সংবাদ মেলত দিনেশ দেৱবৰ্মনে মহাৰজা প্ৰদ্যুত কিশোৰে কেতিয়াও নিজৰ কথা ভবা নাছিল বুলি উল্লেখ কৰি তেওঁ সদায় দল আৰু ৰাজ্যখনৰ জনসাধাৰণৰ কথা চিন্তা কৰিছিল বুলি কয়।

দুৰ্ভাগ্যজনক ভাৱে কিছুমান কংগ্ৰেছ নেতাই তেওঁক ধৰ্মীয় উগ্ৰবাদী বুলি স্বীকৃতি দিয়ে যাৰ বাবেই তেওঁ দলৰ পৰা পদত্যাগ কৰে বুলিও দিনেশ দেৱবৰ্মনে মন্তব্য কৰে।

‘‘যদিহে মহাৰজা দলত নাথাকে আমিও কংগ্ৰেছৰ সৈতে একেলগে থকাৰ কোনো প্ৰয়োজন অনুভৱ নকৰো, যাৰ বাবে আমি পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছো’’, দিনেশে পুনৰ কয়।

সংবাদ মেলত কংগ্ৰেছ ত্যাগী সদস্য কেইগৰাকীয়ে লুইজিনহো ফেলেৰিঅ’ৰ সৈতে হোৱা বেয়া অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰে।

উল্লেখযোগ্য যে, ত্ৰিপুৰাত কংগ্ৰেছৰ পৰা পদত্যাগ কৰা ৯ গৰাকী নেতাৰ ভিতৰত বেছি সংখ্যকে ৰাজ্যখনৰ এচ টি চেলৰ সাধাৰণ সম্পাদক আৰু অন্য বিভাগীয় সম্পাদক হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছিল।

Recent News

Rhino carcass found in Kaziranga

কাজিৰঙাত উদ্ধাৰ গঁড়ৰ মৃতদেহ: চোৰাং চিকাৰৰ সম্ভাৱনা অস্বীকাৰ বন বিভাগৰ

protest against NPS

মানি লোৱা নহ’ব নতুন পেঞ্চন নীতি! হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে কঁপালে দিল্লী

Bangladeshi woman visits UP to meet boyfriend

ভাৰতীয় প্ৰেমিক ওলাল বিবাহিত! ভঙা হৃদয়েৰে স্বদেশলৈ উভতিল বাংলাদেশী মহিলা

Asian Games 2023

এছিয়ান গেমছ: ইতিহাস ৰচি স্বৰ্ণ জিনিলে অবিনাশে, শ্বটপুটত তাজিন্দৰপাল সিঙৰ স্বৰ্ণ জয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd