• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

সাজু কৰক পৰিকল্পনা; ডিচেম্বৰত ৯ দিন বন্ধ থাকিব বেংক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 30, 2019 10:54 am

2 min read

5295-bank-indisde-new-750x375

প্ৰতিনিধিত্বমূলক ফটো

49.4k
VIEWS
Share on FacebookShare on Twitter

২০১৯বৰ্ষৰ অন্তিমটো মাহ ডিচেম্বৰ আৰম্ভ হ’বলৈ আৰু কেইঘন্টামানহে বাকী আছে।

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত এতিয়া বৰ্ষান্ত উদযাপন তথা খ্ৰীষ্টমাছ উদযাপনৰ বাবে পৰিকল্পনা আৰম্ভ হৈছে।

ইয়াৰ মাজতে আপোনাৰ ধনৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বেংকৰ বন্ধৰ দিনকেইটালৈ এবাৰ চকু ফুৰাই চাওক।

২০১৯’ৰ ডিচেম্বৰ মাহত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত ৯দিনৰ বাবে বেংক বন্ধ থাকিব।

বেংক বন্ধ থকাৰ বাবে এ টি এম মেচিনসমূহতো নগদ ধনৰ নাটনি হ’ব পাৰে।

ডিচেম্বৰত পাঁচটা দেওবাৰ থকাত ৫দিন বেংক বন্ধ থাকিব।

আনহাতে, ডিচেম্বৰৰ ১৪ তাৰিখ মাহটোৰ দ্বিতীয় শনিবাৰ আৰু ডিচেম্বৰৰ ২৮ তাৰিখ মাহটোৰ চতুৰ্থটো শনিবাৰ হোৱা হেতুকে বেংক বন্ধ থাকিব।

ডিচেম্বৰৰ ২৫ তাৰিখ খ্ৰীষ্টমাছ উপলক্ষে বেংক বন্ধ থাকিব। সেইদৰে ২৬ ডিচেম্বৰত উত্তৰ-পূৰ্বাঞ্চলৰ কেইখনমান ৰাজ্যত বক্সিং ডে’ উপলক্ষে বেংক বন্ধ থাকিব।

মুঠতে ডিচেম্বৰ মাহত ৯ দিন বেংক বন্ধ থাকিব।

ডিচেম্বৰ ২০১৯’ৰ বেংক বন্ধৰ তালিকাঃ

  • ১ ডিচেম্বৰ, ২০১৯-দেওবাৰ
  • ৮ ডিচেম্বৰ, ২০১৯-দেওবাৰ
  • ১৪ ডিচেম্বৰ, ২০১৯-দ্বিতীয়টো শনিবাৰ
  • ১৫ ডিচেম্বৰ, ২০১৯-দেওবাৰ
  • ২২ ডিচেম্বৰ, ২০১৯-দেওবাৰ
  • ২৫ ডিচেম্বৰ, ২০১৯-খ্ৰীষ্টমাছ
  • ২৬ ডিচেম্বৰ, ২০১৯-বক্সিং ডে’
  • ২৭ ডিচেম্বৰ, ২০১৯-দেওবাৰ
  • ২৮ ডিচেম্বৰ, ২০১৯-চতুৰ্থ শনিবাৰ

অৱশ্যে, কোনোৱে বন্ধৰ তালিকাখন ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইটত চাব পাৰে।

আনহাতে,  বিভিন্ন ৰাজ্যত বেংকৰ বেলেগ বন্ধৰ দিন থাকিব পাৰে।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd