• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মদ নাপাই ছেনিটাইজাৰকে সেৱন, ৯ জনৰ মৃত্যু

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 31, 2020 2:17 pm

1 min read

Sanitizer-Alcohol-750x405
30.6k
VIEWS
Share on FacebookShare on Twitter

৭০ৰ পৰা ৮০ শতাংশ এলক’হল যুক্ত ছেনিটাইজাৰ মদৰ দৰেই সেৱন কৰিব পাৰি বুলি বহুতৰে মনত ধাৰণা আছে।

এনে ধাৰণাৰ বশৱৰ্তী হৈয়ে মদ নাপাই ছেনিটাইজাৰকে সেৱন কৰি কৰুণ মৃত্যুক সাৱটি ল’লে অন্ধ্ৰপ্ৰদেশৰ প্ৰকাশম জিলাৰ কুৰিছেডু অঞ্চলত ৯ জন লোকে।

উচ্চ এলক’হল যুক্ত ছেনিটাইজাৰ সেৱন কৰাৰ পিছতে অসুস্থ হৈ পৰা লোক কেইজনক ভাৰছিৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও আজি পুৱাৰ ভাগলৈ মৃত্যু ঘটে ৯ জন লোকৰ।

উল্লেখ্য ক’ৰ’ণাতংকৰ বাবে অন্ধ্ৰ প্ৰদেশৰ সুৰাৰ দোকান সমূহ বন্ধ হৈ থকাত লোক কেইজনে ছেনিটাইজৰকে নিচা লগাবলৈ সেৱন কৰিছিল।

Recent News

Forest-Department-750x375

ৰহস্য কি? নতুন চৰকাৰ গঠন নোহোৱাকৈয়েই বন বিভাগত বিষয়াক পদোন্নতিৰ জোৱাৰ! একাধিকক বদলি

a-vac-640x375

কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ এইবাৰ ১৮ বছৰৰ ওপৰৰ সকলোকে দিয়া হ’ব ভেকচিন

india-covid-1

গোলাঘাটত ক’ভিডৰ দ্বিতীয় ঢৌত প্ৰথমজন ক’ভিড ৰোগীৰ মৃত্যু

VideoCapture_20210419-191438

পুৰণিগুদামত অংগাভিনয় অসমৰ দ্বাৰা “এজাক বিহুবলীয়াৰ দপদপনি” শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান সম্পন্ন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd