• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰাপত্তাজনিত উদ্বেগ, গোপনে বাংলাদেশ এৰিলে বিদ্যুৎ প্ৰকল্পৰ ৯ ভাৰতীয় অভিযন্তাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2026 11:38 am
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰাপত্তাহীনতাত ভূগি বাংলাদেশৰ পৰা গোপনে দেশলৈ উভতি আহিছে ৯ জন ভাৰতীয় অভিযন্তা। বাংলাদেশৰ বাগেৰহাটত ৰামপাল বিদ্যুৎ কেন্দ্ৰ নিৰ্মাণৰ কামত জড়িত হৈ আছিল তেওঁলোক।

ভাৰত চৰকাৰে বাংলাদেশক বিদ্যুৎ কেন্দ্ৰ নিৰ্মাণৰ বাবে আৰ্থিক আৰু কাৰিকৰী সাহায্য আগবঢ়াইছে। বাংলাদেশ-ইণ্ডিয়া ফ্ৰেণ্ডশ্বিপ পাৱাৰ কোম্পানী লিমিটেডে নিৰ্মাণ কৰি আছে বিদ্যুৎ কেন্দ্ৰটো।

Apply Now

প্লাণ্ট কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, শনিবাৰে পুৱা ব্ৰেকফাষ্ট টেবুলত সেই ৯ জন ভাৰতীয় অভিযন্তাক দেখা নাপাই বিচাৰ-খোচাৰ আৰম্ভ কৰে। তেওঁলোকৰ বাসগৃহলৈ গৈ ঘৰ বাহিৰৰ পৰা তলা লগোৱা দেখে। পিছত গম পোৱা গ’ল যে এই ৯ জন অভিযন্তা বাংলাদেশৰ পৰা ভোমৰা স্থলবন্দৰেৰে ভাৰতলৈ উভতি আহিছে।

ৰামপাল তাপ বিদ্যুৎ কেন্দ্ৰৰ উপ-মহা প্ৰবন্ধক (জনসংযোগ) আনোৱাৰুল আজিমে কয় যে তেওঁলোকে কেতিয়াও কৰ্তৃপক্ষৰ আগত নিজৰ সুৰক্ষাৰ ওপৰত কোনো সন্দেহ প্ৰকাশ কৰা নাছিল। বিদ্যুৎ কেন্দ্ৰটোত চাৰিটা স্তৰৰ নিৰাপত্তা ব্যৱস্থা আছে। বাংলাদেশ শক্তি উন্নয়ন নিগমে ভাৰতীয় অভিযন্তাসকলে দেশ এৰি যোৱাৰ বিষয়টোক লৈ উচ্চ পৰ্যায়ৰ তদন্ত কৰা হ’ব বুলি অৱগত কৰিছে।

এই বিষয়টো যেতিয়া প্ৰকল্প সঞ্চালক ৰমানাথ পূজাৰীক জনোৱা হয় তেতিয়া তেওঁ সংশ্লিষ্ট অভিযন্তাসকলৰ সৈতে যোগাযোগ কৰে। পূজাৰীয়ে বাংলাদেশ কৰ্তৃপক্ষক জনোৱা মতে, নিৰাপত্তাজনিত কাৰণত ৯জন অভিযন্তা দেশলৈ উভতি আহিছে। ইয়াৰ পূৰ্বে ভাৰত চৰকাৰে বাংলাদেশত কৰ্তব্যৰত ভাৰতীয় কূটনীতিবিদৰ পৰিয়ালৰ সদস্যক ঘৰলৈ উভতি আহিবলৈ কৈছিল। তেওঁলোকে পৰ্যায়ক্ৰমে বাংলাদেশ এৰিছে।

ভাৰত চৰকাৰে এই সিদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যদিও নিৰ্বাচনৰ সময় ওচৰ চাপি অহাৰ লগে লগে বাংলাদেশত ভাৰতীয়সকলৰ বাবে নিৰাপত্তাৰ বিপদ বৃদ্ধি পাব বুলি বিভিন্ন সূত্ৰই প্ৰকাশ কৰিছে। যিহেতু আৱামী লীগ নিৰ্বাচনত নাই, গতিকে সকলো দলেই ভাৰত বিৰোধিতাক অস্ত্ৰ হিচাপে লৈছে। ইয়াৰ প্ৰভাৱ সমাজৰ সকলো স্তৰতে পৰিছে। ফলত ভাৰতীয় হিচাপে স্বতন্ত্ৰভাৱে কাম কৰাটো অতি কঠিন হৈ পৰিব পাৰে বুলি ধাৰণা কৰিয়েই কূটনীতিবিদসকলৰ আত্মীয়ক উভতি আহিবলৈ কোৱা হৈছে।

সূত্ৰ অনুসৰি বাংলাদেশৰ পৰা গোপনে দেশলৈ উভতি অহা অভিযন্তা কেইজন হ’ল প্ৰতিম বৰ্মন, বিশ্বজিৎ মণ্ডল, ৰাষ্ট্ৰীয় তাপ পাৰমাণৱিক শক্তি নিগমৰ এটা প্ৰকল্পৰ জেনেৰেল মেনেজাৰ এন সূৰ্য্য প্ৰকাশ ৰায়, সহকাৰী মহাপ্ৰবন্ধক এম কেছাবা পালাকী, উপ-মহাপ্ৰবন্ধক সূৰ্য্যকান্ত মণ্ডেকাৰ, সঞ্চালক প্ৰধান এম সুৰেন্দ্ৰ লাম্বা, এজিএম এম পাপ্পু লাল মীনা, সঞ্চালক প্ৰধান অৰ্ণিবন সাহা আৰু মুখ্য বিত্তীয় বিষয়া ইমানুৱেল পনৰাজ দেৱৰাজ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm
‘বিস্ময় বালক’ক লৈ কৌতুহল! IIM ইন্দোৰৰ গৱেষণাৰ বিষয় বৈভৱ সূৰ্য্যবংশী

‘বিস্ময় বালক’ক লৈ কৌতুহল! IIM ইন্দোৰৰ গৱেষণাৰ বিষয় বৈভৱ সূৰ্য্যবংশী

June 4, 2026 8:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd