• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় সংস্থাৰ অপব্যৱহাৰ! কংগ্ৰেছ নাই, ৯ বিৰোধী নেতাৰ মোডীলৈ পত্ৰ; উল্লেখ হিমন্ত বিশ্ব শৰ্মাৰ নাম

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 5, 2023 2:15 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছক বাদ দি দেশৰ বিভিন্ন ৰাজনৈতিক দলৰ ৯জন বিৰোধী নেতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ লিখি অভিযোগ কৰিছে যে বিজেপিয়ে কেন্দ্ৰীয় সংস্থাসমূহৰ “অপব্যৱহাৰ” কৰিছে। মোডীলৈ লিখা এই পত্ৰখনত কে চন্দ্ৰশেখৰ ৰাও, মমতা বেনাৰ্জী, ফাৰুক আব্দুল্লাহ, শৰদ পাৱাৰ, অৰবিন্দ কেজৰিৱাল, উদ্ধৱ ঠাকৰে, ভাগৱত মান, অখিলেশ যাদৱ, তেজস্বী যাদৱে কিমানজন বিৰোধী নেতাৰ বিৰুদ্ধে তদন্ত কৰা হৈছে তাৰ প্ৰসংগ তুলি ধৰিছে।

এই পত্ৰখনত নেতাসকলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিষয়টোও উত্থাপন কৰিছে। তেওঁলোকে লিখিছে, “ইডি-চিবিআইয়ে ২০১৪ আৰু ২০১৫ চনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সাৰদা চিটফাণ্ড গোচৰৰ তদন্ত কৰিছিল। অৱশ্যে, তেওঁ বিজেপিত যোগদান কৰাৰ পিছত গোচৰটোত কোনো অগ্ৰগতি হোৱা নাই। তদানীন্তন টিএমচি নেতা শুভেন্দু অধিকাৰী আৰু মুকুল ৰয় নাৰদা গোচৰত ইডি-চিবিআইৰ নিৰীক্ষণৰ অধীনত আছিল। কিন্তু ২০২১-ৰ নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে বিজেপিত যোগদান কৰাৰ পিছত গোচৰটোত কোনো অগ্ৰগতি হোৱা নাই।”

লগতে পঢ়ক: মহাৰাষ্ট্ৰৰ বিধায়কৰ উদ্ভট মন্তব্য-‘গৰাকী বিহীন পথৰ কুকুৰবোৰ ভক্ষণৰ বাবে অসমলৈ পঠিয়াওক’

Apply Now

২০১৪ চনৰ পৰা কেইবাজনো বিৰোধী নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। বিৰোধী নেতাসকলে লালু প্ৰসাদ যাদৱ, সঞ্জয় ৰাউত, আজম খান, নৱাব মল্লিক, অনিল দেশমুখ, অভিষেক বেনাৰ্জীৰ বিষয়টোও উল্লেখ কৰিছে। বিৰোধী নেতাসকলে ধাৰণা কৰে যে যি সময়ত বা পৰিপ্ৰেক্ষিতত তেওঁলোকক মাতি পঠোৱা হয় বা জেৰা কৰা হয় সেয়া ‘ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিত’।

বিৰোধী নেতাসকলে পত্ৰখনত লিখিছে, “২০১৪ চনৰ পৰা কেন্দ্ৰীয় সংস্থাসমূহক যি ধৰণে ব্যৱহাৰ কৰা হৈছে, সেইটোৱে তেওঁলোকৰ নিৰপেক্ষতাৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰে। গণতন্ত্ৰত মানুহৰ মতামত সৰ্বাধিক। মানুহৰ মতামতক সন্মান কৰা উচিত। আনকি মানুহে আপোনাৰ আদৰ্শতকৈ পৃথক দল এটাৰ সপক্ষে মতামত দিলেও গণতন্ত্ৰত সেই মতামতক সন্মান কৰা উচিত।”

 

মোডীলৈ লিখা পত্ৰখনত নেতাসকলে মনীষ চিছোদিয়াক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰতো উদ্বেগ প্ৰকাশ কৰে। এইটোও উল্লেখ কৰা হৈছে যে অভিযুক্তসকলে বিজেপিত যোগদান কৰিলেই পৰিত্ৰাণ পায়।

লক্ষণীয়ভাৱে, এই বিৰোধী দলৰ নেতাসকলৰ মাজত কংগ্ৰেছৰ কোনো নেতা নাই, যি সামগ্ৰিকভাৱে অতি গুৰুত্বপূৰ্ণ।

উল্লেখ্য যে সাম্প্ৰতিক সময়ত কেইবাজনো বিৰোধী নেতাৰ বিৰুদ্ধে ইডি-চিবিআইৰ অভিযান চলোৱা হৈছে। বিৰোধীয়ে এই সকলোবোৰ ঘটনা ৰাজনৈতিকভাৱে উদ্দেশ্যপ্ৰণোদিত বুলি দাবী কৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নৈ নহয়, এয়া এতিয়া আৱৰ্জনাময় নলা! বেদখল আৰু পলসৰ গ্ৰাসত গুৱাহাটীৰ ভৰলু-বাহিনী

নৈ নহয়, এয়া এতিয়া আৱৰ্জনাময় নলা! বেদখল আৰু পলসৰ গ্ৰাসত গুৱাহাটীৰ ভৰলু-বাহিনী

September 12, 2026 5:50 pm
নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ ব্যতিক্ৰমী প্ৰয়াস: ক্লিপছ প্ৰডাকচনৰ বেনাৰত মুকলি হ’ল ‘প্ৰজেক্ট শ্ৰীমন্ত শংকৰদেৱ’

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ ব্যতিক্ৰমী প্ৰয়াস: ক্লিপছ প্ৰডাকচনৰ বেনাৰত মুকলি হ’ল ‘প্ৰজেক্ট শ্ৰীমন্ত শংকৰদেৱ’

September 12, 2026 4:21 pm
ৰাজধানীত বস্তি ঢাকি ব্ৰিকছ সন্মিলনৰ প্ৰস্তুতি! চৰকাৰৰ সৌন্দৰ্যবৰ্ধনক লৈ সৰ্বত্ৰে চৰ্চা

ৰাজধানীত বস্তি ঢাকি ব্ৰিকছ সন্মিলনৰ প্ৰস্তুতি! চৰকাৰৰ সৌন্দৰ্যবৰ্ধনক লৈ সৰ্বত্ৰে চৰ্চা

September 12, 2026 3:17 pm
সুৰাৰ দোকান ১৩ দিন বন্ধ থাকিলে হাস্পাতলত ভিৰ বাঢ়ি যাব নিচাসক্তৰ; কিয় ক’লে বোম্বে উচ্চ ন্যায়ালয়ে

সুৰাৰ দোকান ১৩ দিন বন্ধ থাকিলে হাস্পাতলত ভিৰ বাঢ়ি যাব নিচাসক্তৰ; কিয় ক’লে বোম্বে উচ্চ ন্যায়ালয়ে

September 12, 2026 2:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নৈ নহয়, এয়া এতিয়া আৱৰ্জনাময় নলা! বেদখল আৰু পলসৰ গ্ৰাসত গুৱাহাটীৰ ভৰলু-বাহিনী

নৈ নহয়, এয়া এতিয়া আৱৰ্জনাময় নলা! বেদখল আৰু পলসৰ গ্ৰাসত গুৱাহাটীৰ ভৰলু-বাহিনী

September 12, 2026 5:50 pm
নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ ব্যতিক্ৰমী প্ৰয়াস: ক্লিপছ প্ৰডাকচনৰ বেনাৰত মুকলি হ’ল ‘প্ৰজেক্ট শ্ৰীমন্ত শংকৰদেৱ’

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ ব্যতিক্ৰমী প্ৰয়াস: ক্লিপছ প্ৰডাকচনৰ বেনাৰত মুকলি হ’ল ‘প্ৰজেক্ট শ্ৰীমন্ত শংকৰদেৱ’

September 12, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd