• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তেলেংগানাৰ ভূগৰ্ভস্থ জলবিদ্যুৎ প্ৰকল্পত অগ্নিকাণ্ড, ৯ জন নিহত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 21, 2020 6:15 pm

1 min read

fire-breaks-
193
VIEWS
Share on FacebookShare on Twitter

তেলেংগনাৰ নাগাৰকুৰনাল জিলাত থকা এটা ভূগৰ্ভস্থ জল বিদ্যুৎ প্ৰকল্পত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত এতিয়ালৈকে নিহত হৈছে ৯ জন লোকৰ।

তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ সীমান্তৰে বৈ যোৱা কৃষ্ণা নদীৰ শ্ৰীচাইলাম জলবিজ্যুৎ প্ৰকল্পত বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।

জুই প্ৰকল্পটোৰ ভিতৰত বিয়পি পৰাৰ সময়তে ৮ জন কৰ্মচাৰীয়ে কোনোমতে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয় যদিও বহু কেইজন কৰ্মচাৰী প্ৰকল্পটোৰ ভিতৰতে আৱদ্ধ হৈ পৰে।

চি আই এছ এফ আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে প্ৰকল্পটোৰ জুই নুমুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও জুই এতিয়াও সম্পূৰ্ণ ভাৱে নিৰ্বাপিত হোৱা নাই।

তেলেংগনাৰ মন্ত্ৰী জগদীশ ৰেড্ডীকে ধৰি বহু শীৰ্ষ নেতাই ইতিমধ্যে ঘটনাস্থলীত গৈ উপস্থিত হৈছে।

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে ঘটনাটোৰ চি আই ডি তদন্ত ঘোষণা কৰিছে।

ৰাজ্যখনৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান গোবিন্দ সিঙে চি আই ডি তদন্তৰ নেতৃত্ব দিব বুলি মুখ্যমন্ত্ৰী ৰাৱে প্ৰকাশ কৰিছে।

ভূগৰ্ভস্থ জলবিদ্যুৎ প্ৰকল্পটোত বিদ্যুৎ উৎপাদনৰ কাম সম্পূৰ্ণ ৰুপে বন্ধ কৰি দিয়া হৈছে।

প্ৰকল্পটোৰ ভিতৰত কিমান লোকে কাম কৰি আছিল সেয়া এতিয়াও নিশ্চিতকৈ ক’ৱ পৰা হোৱা নাই।

Recent News

index.jpgz

দেশজুৰি পুনৰ কোভিড আতংক : এপ্ৰিলত অনুষ্ঠিতব্য JEEৰ মূল পৰীক্ষা স্থগিত

index

কোভিড আতংক! : ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা স্থগিত

index.jpg2

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ২০২১-২৩ বৰ্ষৰ নতুন সমিতিৰ আনুষ্ঠানিকভাৱে দ্বায়িত্ব গ্ৰহণ

index.jpg1

এতিয়াৰে পৰা ৰাজহুৱা স্থানত পিক পেৱোলা বন্ধ কৰক; মাস্ক পিন্ধক : নিয়ম উলংঘা কৰিলে ভুগিব লাগিব শাস্তি!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd