• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁইৰ আক্ৰমণৰ ঘটনা; মুঠ ৯ জনক আটক

ৰাজনৈতিক মুনাফা আৰু সস্তীয়া প্ৰচাৰৰ লোভত কংগ্ৰেছৰ নিকৃষ্ট ষড়যন্ত্ৰ : বিধায়ক ভূৱন পেগু

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2019 10:11 am
Attack on Anil Bargohain
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিলাপথাৰত শুকুৰবাৰে সন্ধিয়া লখিমপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বুঢ়া গোহাঁইৰ বাহনত চলোৱা আক্ৰমণৰ ঘটনাৰ লগত জড়িত আন ৪ জনকৈ আক্ৰমণকাৰীয়ে শনিবাৰে অৰ্থাৎ ৬ এপ্ৰিলত চিলাপথাৰ থানাত আত্মসমৰ্পণ কৰে। চিলাপথাৰ আৰক্ষীয়ে বৰ্তমানলৈকে এই ঘটনাৰ লগত জড়িত মুঠ ৯ জন আক্ৰমণকাৰীক আটক কৰে।

আটকাধীন ৯ জন আক্ৰমণকাৰীক আৰক্ষীয়ে ক্ৰমে কনক দলে, সত্যজিত চুংক্ৰাং, কৈলাশ মিলি, পবিত্ৰ মিলি, গনেশ মিলি, ভবেন টায়ে, ৰাজ য়েইন, ৰাজু টায়ে আৰু লিখন মৰাং।

Apply Now

উল্লেখযোগ্য যে শুকুৰবাৰে অৰ্থাৎ ৫ এপ্ৰিলত চিলাপথাৰত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক দুৰ্বৃত্তই আক্ৰমণ চলাইছিল। এই আক্ৰমণত বৰগোহাঁইৰ এ এছ ২২ বি ৪২৮৪ মহিন্দ্ৰা এক্স য়ু ভি বাহনখনৰ পিছফালৰ আইনা ভাঙি যায়। এই ঘটনাত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ লগতে আন কেইবাজনো কংগ্ৰেছ সমৰ্থক আঘাতপ্ৰাপ্ত হৈছিল।

ইফালে ঘটনা সংঘটিত হোৱাৰ লগে লগে কংগ্ৰেছ সমৰ্থকসকলে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবীত কিছু সময়ৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথো অৱৰোধ কৰিছিল। পিছত জিলা আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈ আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰাৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছত পথ অৱৰোধ উঠাই লোৱা হয়।

আনহাতে এইক্ষেত্ৰত মিচিং জাতীয় সংগঠন কোনোপধ্যে জগৰীয়া নহয় বুলি টি এম পি কেৰ নেতাই দাবী জনাইছে। একেদৰে ৰাজনৈতিক মুনাফা আৰু সস্তীয়া প্ৰচাৰৰ লোভত ঘটনাৰ সন্দৰ্ভত অজ্ঞ সাংসদ-বিধায়কৰ নামৰ লগতে জাতীয় সংগঠন কৰ্মীৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰ কৰা বুলি বিধায়ক ভুবন পেগুৱেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

Tags: নিৰ্বাচন ২০১৯
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

August 26, 2026 2:37 pm
নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

August 26, 2026 2:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd