• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজুলীত ভয়ংকৰ পথ দুৰ্ঘটনা; সংকটজনক অৱস্থাত ৯ জন লোকক চিকিৎসালয়ত ভৰ্তি

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , September 26, 2018 2:46 pm

1 min read

IMG-20180926-WA0042

ফটো : নৰ্থ-ইষ্ট নাও

153
VIEWS
Share on FacebookShare on Twitter

আজি দুপৰীয়া প্ৰায় ১ মান বজাত মাজুলীৰ জেংৰাই মুখ আৰক্ষী চকীৰ অন্তৰ্গত এথনিক ভিলেজৰ সন্মুখত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এছ ০৩ বিচি ৫৪৯০ নম্বৰৰ এখন তীব্ৰবেগী টাটা মেজিক গাড়ীয়ে  একে দিশৰ পৰা অহা কলেজীয়া ছাত্ৰৰ চাইকেলত খুন্দিয়াই পথৰ কাষত থকা দ খাৱৈত বাগৰি পৰে।

দ খাৱৈত বাগৰি পৰাত গাড়ীখনৰ ভিতৰত থকা ৯ জন আৰোহী আবদ্ধ হৈ পৰে। লগে লগে স্থানীয় ৰাইজৰ তৎপৰতাত পানীত দুৰ্ঘটনাগ্ৰস্ত হোৱা গাড়ীখনৰ পৰা লোক কেইজনক উদ্ধাৰ কৰি তাৎক্ষণিক চিকিৎসা প্ৰদানৰ বাবে ওচৰৰে জেংৰাই হস্পিটেলত ভৰ্তি কৰোৱা হয়। কিন্তু যাত্ৰীসকলৰ অৱস্থা সংকটজনক হোৱাত আটাইকেইজনকে গড়মূৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইফালে প্ৰত্যক্ষদৰ্শীৰ মতে মেজিকৰ চালকজনে বিপৰীত দিশৰ অহা এখন ডাম্পাৰৰ মুখামুখি হোৱাৰ ভয়তে গাড়ীখন পদপথলৈ উঠাই দিয়ে যাৰ ফলত গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত কৰে।

মন কৰিব লগীয়া কথা যে অসমত এতিয়াও জি ভি কে আৰু ১০৮ কৰ্মীৰ মাজত চলি থকা বিসংগতিৰ বাবে জৰুৰী কালীন সেৱাত নিয়োজিত এম্বুলেঞ্চ নথকাৰ বাবে দুৰ্ঘটনাগ্ৰস্ত যাত্ৰী সকলক সদৰ চিকিৎসালয়লৈ নিয়াৰ বাবে ভয়ংকৰ অসুবিধাৰ সন্মুখীন হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।

Recent News

FB_IMG_1611046341596(2)

অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ নামত এচামে আমাৰ জাতিটোক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: দিপাংক নাথ

WhatsApp Image 2021-01-19 at 1.48.31 PM

ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ ৩৩বছৰৰ আধিপত্য উফৰিল; ইতিহাস ৰচি বিজয় সাৱ্যস্ত টীম ইণ্ডিয়াৰ

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd