• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুৰ্ঘটনাৰ পাছত উমৰাংচুস্থিত প্ৰকল্পত নীপক’ৰ কৰ্তৃপক্ষৰ পূজা অৰ্চনা; এতিয়াও সন্ধানহীন চাৰিগৰাকী কৰ্মচাৰী

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
October 12, 2019 4:33 pm
NIPKO authority

নীপক' কৰ্তৃপক্ষৰ পূজা অৰ্চনা

6.3k
VIEWS
Share on FacebookShare on Twitter

কপিলী জলবিদ্যুৎ প্ৰকল্পৰ শেহতীয়া ঘটনাকলৈ বিপাঙত পৰা নীপক’ কৰ্তৃপক্ষই শুকুৰবাৰে উমৰাংচুস্থিত বান্ধৰ ওচৰত পূজা অৰ্চনা কৰে।

শুকুৰবাৰে পূজা অৰ্চনা কাৰ্য্যসূচীত উপস্থিত থাকে নীপক’ৰ সাধাৰণ সঞ্চালক দেবৰ্ষি ভট্টাচাৰ্য্য, কাৰ্য্যবাহী সঞ্চালক হেমন্ত কুমাৰ ডেকাৰ লগতে ভালেমান বিষয়া আৰু কৰ্মচাৰী।

উল্লেখযোগ্য যে, কপিলী জলবিদ্যুৎ প্ৰকল্পত সংঘটিত হোৱা দুৰ্ঘটনাৰ পাঁচ দিন উকলি যোৱাৰ পাছতো সন্ধানহীন হৈ থকা চাৰিগৰাকী বিষয়া-কৰ্মচাৰীৰ শুংসুত্ৰ লাভ কৰাত লাভ কৰাত ব্যৰ্থ হৈছে আৰক্ষী-প্ৰশাসন।

প্ৰতিষ্ঠানটোৰ বিভাগীয় কনিষ্ঠ অভিযন্তা জন টি ন্বামলাই, ৰাজু ৰেড্ডি, জয় সিং টিছু আৰু প্ৰেমলাল বাল্মিকী জীৱিত অৱস্থাত আছে নে মৃত সেই তথ্য এতিয়াও নীপক’ই ৰাজহুৱা কৰিব পৰা নায়।

জানিব পৰা মতে, দেওবাৰে নিশা আঠজনীয়া বিষয়া কৰ্মীৰ এটা গোট পাৱাৰ হাউচত কৰ্তব্যৰত আছিল।

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত চাৰিগৰাকী লোকে পাৱাৰ হাউচৰ পৰা ওলাই আহিবলৈ সক্ষম হয় যদিও অইন চাৰিগৰাকী লোক পাৱাৰ হাউচৰ ভিতৰতে আবদ্ধ হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে নীপক’ কৰ্তৃপক্ষয়।

Recent News

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd