• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অৱশেষত ন্যায়; নিৰ্ভয়া কাণ্ডৰ চাৰিওজন দোষীকে একেলগে ওলমালে ফাঁচিকাঠত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 20, 2020 7:50 am

2 min read

Nirbhaya rapists to hang tomorrow at 5.30 am

নিৰ্ভয়াৰ চাৰি ধৰ্ষণকাৰী।

15.5k
VIEWS
Share on FacebookShare on Twitter

২০১২ চনত দিল্লীত সংঘটিত নিৰ্ভয়া গংগ ৰেপ কাণ্ডৰ আজি প্ৰায় সাত বছৰৰ মূৰত ন্যায় পালে। এই ধৰ্ষণকাণ্ডৰ চাৰিওজন দোষীকে আজি ৰাতিপুৱা ৫.৩০ মান বজাত তিহাৰ জেইলত ফাঁচি দিয়া হয়।

চাৰিওজন দোষী ক্ৰমে বিনয়, অক্ষয়, মুকেশ আৰু পৱন গুপ্তাক একেলগে ফাঁচিকাঠত ওলমোৱাৰ লগতে তেওঁলোকৰ মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

৭ বছৰ তিনি মাহ আৰু তিনিদিন পূৰ্বে অৰ্থাৎ ২০১২ ৰ ১৬ ডিচেম্বৰৰ নিশা সংঘটিত এই বৰ্বৰ কাণ্ডই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। নিৰ্ভয়া কাণ্ডৰ দোষীক শাস্তি প্ৰদান আৰু নিৰ্ভয়াৰ পৰিয়ালৰ লোকক ন্যায় দিয়াৰ দাবীত ৰাজপথত চলিছিল তীব্ৰ প্ৰতিবাদ।

নিৰ্ভয়াৰ মাতৃ আশা দেবীয়ে ন্যায় লাভৰ বাবে দীৰ্ঘদিন ধৰি যুঁজ দি আছিল আৰু আজি দোষী কেইজনৰ ফাঁচি হোৱাৰ পিছত তেওঁ ২০ মাৰ্চৰ দিনটো নিৰ্ভয়া দিন হিচাপে পালন কৰিব বুলি ঘোষণা কৰে।

ইয়াৰ উপৰি আশা দেবীয়ে এতিয়াৰ পৰা দেশৰ অন্য ছোৱালীৰ হৈ যুঁজ দি যাব বুলিও জনায়।

উল্লেখ্য যে নিৰ্ভয়া কাণ্ডৰ চাৰিওজন দোষীৰে ফাঁচিৰ দিন পিছুৱাবলৈ শেষ মূহুৰ্তলৈ চলাইছিল আপ্ৰাণ চেষ্টা।

দোষী কেইগৰাকীৰ ফাঁচি পিচুওৱাৰ বাবে তেওঁলোকৰ অধিবক্তাই বিভিন্ন কৌশল গ্ৰহণ কৰিছিল। ইতিমধ্যে দুবাৰ তেওঁলোকৰ ফাঁচি পিচুওৱা হৈছে।

তদুপৰি অধিবক্তাগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় আদালত আৰু ভাৰতীয় মানৱ অধিকাৰ আয়োগৰো ওচৰ চাপিছিল। কিন্তু সফল হ’ব নোৱাৰিলে।

আজি তিহাৰ জেইলত চাৰিগৰাকী দোষীক একেলগে ফাঁচি দিয়াৰ এইটোৱে হ’ল প্ৰথম ঘটনা।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd