DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১০ টা ৰাষ্ট্ৰীয় বেংকক একত্ৰীকৰণেৰে চাৰিটা বৃহৎ বেংক গঠনৰ সিদ্ধান্ত কেন্দ্ৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 31, 2019 12:41 pm
Bank marginalised

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

25.6k
VIEWS
Share on FacebookShare on Twitter

দেশৰ অৰ্থনৈতিক বিকাশৰ গতি মন্থৰ হোৱাৰ সময়ত ভাৰতীয় বেংক ব্যৱস্থাৰ সংস্কাৰ সাধনৰ উদ্দেশ্যে শুকুৰবাৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ১০ টা ৰাষ্ট্ৰীয় বেংকক একত্ৰিত কৰি চাৰিটা বেংক কৰাৰ কথা ঘোষণা কৰে।

বিত্তমন্ত্ৰীৰ ঘোষণাৰ পাছতে ভাৰতত এতিয়া ৰাষ্ট্ৰীয় বেংকৰ সংখ্যা ২৭ টাৰ পৰা ১২ টালৈ হ্ৰাস পাব।

মূলত বেংক সেৱাক অধিক গতিশীলতা প্ৰদানেৰে জনসাধাৰণৰ মাজলৈ লৈ যোৱা আৰু গ্ৰাহকসকলৰ পৰা সময়ত ঋণ আদায়ৰ লক্ষ্যৰে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

চৰকাৰে পঞ্জাব নেশ্যনেল বেংক, অৰিয়েণ্টেল বেংক অব কমাৰ্চ আৰু য়ুনাইটেড বেংকক একত্ৰিত কৰাৰ কথা ঘোষণা কৰে।

বেংক তিনিটা একত্ৰিকৰণ হোৱাৰ পাছত ইয়াক পঞ্জাব নেশ্যনেল বেংক হিচাপে জনা যাব।

আনহাতে, কানাড়া বেংক আৰু ছিণ্ডিকেট বেংককো একত্ৰিত কৰি ইয়াক দেশৰ তৃতীয় বৃহত্তম বেংক হিচাপে পৰিণত কৰাৰ সিদ্ধান্ত লয় কেন্দ্ৰীয় চৰকাৰে।

তদুপৰি, য়ুনিয়ন বেংক অব ইণ্ডিয়া, অন্ধ্ৰ বেংক, কৰ্পোৰেশ্যন বেংককো একত্ৰিকৰণ কৰি এটা বৃহৎ বেংকত পৰিণত কৰা হ’ব।

ইণ্ডিয়ান অভাৰছীজ বেংকক, য়ুকো বেংক, বেংক অব মহাৰাষ্ট্ৰ আৰু পঞ্জাব এণ্ড সিন্ধ বেংকে নিজৰ নিজৰ অঞ্চলত কাম কৰি থকাৰ লগতে ইণ্ডিয়ান বেংকক এলাহাবাদ বেংকৰ সৈতে একত্ৰিতকৰণ কৰা হ’ব।

শুকুৰবাৰে এখন সংবাদ মেল সম্বোধন কৰি দেশৰ বৃহৎ বেংক ব্যৱস্থাৰ সংস্কাৰৰ কথা ঘোষণা কৰি বিত্তমন্ত্ৰী সীতাৰমণে ১২ টা ৰাষ্ট্ৰীয়কৃত বেংকে ভাৰতৰ ৫ ট্ৰিলিয়ন অৰ্থনীতিৰ সপোন সাৰ্থক হোৱাত সহায় কৰিব বুলি আশা ব্যক্ত কৰে।

Recent News

kali poster controversy

‘কালী’ পোষ্টাৰ বিতৰ্ক: চলচ্চিত্ৰ নিৰ্মাতা লীনা মণিমেকলাইক শিৰচ্ছেদৰ ভাবুকি হিন্দু সন্তৰ

Chess Tournament চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা অৰ্পণ দাসৰ অগ্ৰগতি

Chess Tournament চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা অৰ্পণ দাসৰ অগ্ৰগতি

Gas Cylinder price hike

Gas Cylinder price hike: অচ্ছে দিনৰ মাধমাৰ: পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

Lalu Prasad Yadav health

অসুস্থ লালু প্ৰসাদ যাদৱ: ফোন যোগে স্বাস্থ্যৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd