• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰএছএছৰ পৰা সেউজ সংকেত পোৱাৰ পিছতে সংসদীয় সমিতিৰ পৰা বাদ দিয়া হৈছিল নীতিন গাডকাৰীক!

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 25, 2022 7:25 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দলৰ ভিতৰতে এতিয়া এলাগী হৈ পৰাৰ উপক্ৰম ঘটিছে নীতিন গাডকাৰীৰ। বিজেপিৰ বিৰুদ্ধে বিভিন্ন সময়ত মাত মাতি এতিয়া যেন দলীয় নেতৃত্বৰ ৰোষত পৰিছে গাডকাৰী। সেয়ে বিজেপিয়ে শেহতীয়াকৈ পুনৰ গঠন কৰা দলটোৰ কেন্দ্ৰীয় সংসদীয় বোৰ্ডৰ পৰা বাদ পৰিছেনীতিন গাডকাৰীৰ দৰে জ্যেষ্ঠ নেতা । আৰএছএছৰ ঘনিষ্ঠ গাডকাৰীক দলত এলাগী কৰাৰ কথাই বহুতকে আচৰিত কৰিও তুলিছে।

শেহতীয়া তথ্য অনুসৰি আৰএছএছৰ পৰা সেউজ সংকেত লাভ কৰাৰ পিছতে গাডকাৰীক দলৰ সংসদীয় সমিতিৰ পৰা আঁতৰ কৰা হৈছে।কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে চৰকাৰৰ ভুলবোৰ আঙুলিয়াই দি আহিছে।শেহতীয়াকৈ বিজেপিৰ শীৰ্ষ সিদ্ধান্ত গ্ৰহণকাৰী দলৰ পৰা বাদ দিয়া গাডকাৰীয়ে  চৰকাৰক সমালোচনা কৰা দেখা গ’ল। কেন্দ্ৰৰ অস্বস্তি বৃদ্ধি কৰি গাডকাৰীয়ে আজি কয় যে চৰকাৰে “সময়মতে সিদ্ধান্ত লোৱা নাই” আৰু ই এক “ডাঙৰ সমস্যা”, দেওবাৰে এক অনুষ্ঠানত গাডকাৰীয়ে কয়। “আপুনি অলৌকিক কাম কৰিব পাৰে… আৰু এটা সম্ভাৱনা আছে… মোৰ পৰামৰ্শ হৈছে যে ভাৰতীয় আন্তঃগাঁথনিৰ ভৱিষ্যত অতি উজ্জ্বল। আমি বিশ্ব আৰু দেশত ভাল প্ৰযুক্তি, ভাল উদ্ভাৱন, ভাল গৱেষণা আৰু সফল অনুশীলন গ্ৰহণ কৰিব লাগিব। আমাৰ ওচৰত বৈকল্পিক সামগ্ৰী থাকিব লাগে যাৰ জৰিয়তে আমি গুণগত মানদণ্ডৰ সৈতে আপোচ নকৰাকৈ ব্যয় হ্ৰাস কৰিব পাৰোঁ। নিৰ্মাণৰ ক্ষেত্ৰত সময় হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু। সময় হৈছে আটাইতকৈ ডাঙৰ মূলধন। আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল চৰকাৰে সময়মতে সিদ্ধান্ত লোৱা নাই,” কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়।

Apply Now

মুম্বাইত এছ’চিয়েশ্যন অৱ কনচাল্টিং চিভিল ইঞ্জিনিয়াৰৰ দ্বাৰা আয়োজিত নেটকন ২০২২ ত ভাষণ দি গাডকাৰীয়ে কয় যে “সময় প্ৰযুক্তি বা সম্পদতকৈ অধিক গুৰুত্বপূৰ্ণ।” কিছুদিন আগতে, গাডকাৰীৰ কথা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্যৰ মাজত অমিল আছিল।

বহুতে এইবুলি কৈছে যে নীতিন গাডকাৰীয়ে শেহতীয়াকৈ সাম্প্ৰতিক ৰাজনীতিয়ে তেওঁক আমুৱাইছে বুলি কৰা মন্তব্যৰ বাবেও হয়তো বিজেপিৰ শীৰ্ষ নেতৃত্ব তেওঁৰ ওপৰত খৰ্ড়হস্ত হ’ব পাৰে৷ গাডকাৰীয়ে তেওঁৰ মন্তব্যৰ জৰিয়তে সাম্প্ৰতিক নীতিহীন ৰাজনীতিক উদঙাই দিয়া বুলি বহুতে আলোচনা কৰিছে৷

আন কিছুসংখ্যকে আকৌ ক’ব বিচাৰিছে যে বিজেপিত অমিত শ্বাহে মোদীৰ পিছতে দ্বিতীয় শক্তিশালী নেতা হৈ থাকিব বিচাৰে৷ সেয়ে গাডকাৰীৰ দৰে নেতাক নীতি নিৰ্ধাৰক সমিতিত ৰাখিলে অসুবিধা হ’ব বুলি ভাবিয়েই তেওঁক আঁতৰোৱা হৈছে৷

উল্লেখ্য অলপতে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাৰ নেতৃত্বত গঠিত কেন্দ্ৰীয় সংসদীয় পৰিষদত সৰ্বানন্দ সোণোৱালৰ অন্তৰ্ভুক্তিকৰণৰ সমান্তৰালভাৱে বিজেপিৰ নৱগঠিত কেন্দ্ৰীয় নিৰ্বাচনী সমিতিতো অন্তৰ্ভুক্ত কৰা হৈছে সৰ্বানন্দ সোণোৱালৰ নাম ।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd