• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰ্বাচনমুখী বিহাৰঃ ধনী-দুখীয়া নিৰ্বিশেষে সকলোকে ১২৫ ইউনিট বিনামূলীয়া বিদ্যুতৰ ঘোষণা নীতিশ কুমাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 17, 2025 9:57 am
60
VIEWS
Share on FacebookShare on Twitter

বিহাৰত দুখীয়া-ধনী নিৰ্বিশেষে সকলো গ্ৰাহকক প্ৰতিমাহে ১২৫ ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ঘোষণা কৰিছে। যি সময়ত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপিছে সেই সময়তে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এই সুবিধাৰ কথা ঘোষণা কৰে। চলিত বৰ্ষৰ নৱেম্বৰ মাহত বিহাৰৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা।

মুখ্যমন্ত্ৰীয়ে কয় যে, বিদ্যুতৰ সিদ্ধান্তই বিহাৰৰ ১.৬৭ কোটি পৰিয়াল উপকৃত কৰিব। ৰাজ্যত খালী হৈ থকা শিক্ষকৰ পদ পূৰণৰ নিৰ্দেশো দিছে মুখ্যমন্ত্ৰীয়ে। অনুমান কৰা হৈছে যে নিৰ্বাচন ঘোষণাৰ পূৰ্বে তেওঁৰ চৰকাৰে শিক্ষক নিযুক্তিৰ বাবে অধিসূচনা জাৰি কৰিবলৈ ওলাইছে। বৰ্তমান ৰাজ্যত খালী হৈ আছে ৮৭,৭৭৪টা শিক্ষক পদ। অৱশ্যে অনাগত দিনত প্ৰয়োজন হ’ব বুলি ধৰি লৈ মুখ্যমন্ত্ৰীয়ে ৩.৫ লাখ পদ পূৰণৰ নিৰ্দেশ দিছে। শেহতীয়াকৈ নীতিশ চৰকাৰে ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ বাবে হাজাৰ হাজাৰ শিক্ষক নিযুক্তি দিছে।

যোৱা সপ্তাহত নীতিশ চৰকাৰে ৩৫ শতাংশ চাকৰি মহিলাৰ বাবে সংৰক্ষিত কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছিল। বৃহৎ সংখ্যক মহিলা ভোটাৰৰ কথা মনত ৰাখি নিজৰ অংশীদাৰ বিজেপিৰ পৰামৰ্শ মতে নীতিশে এই সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তক প্ৰশংসা কৰে।

কিন্তু নীতিশৰ দলকে ধৰি এনডিএ শিবিৰত এই সিদ্ধান্তসমূহৰ লাভৰ ওপৰত সন্দেহৰ সৃষ্টি হৈছে। নেতাসকলে ব্যক্তিগতভাৱে স্বীকাৰ কৰে যে চৰকাৰৰ বিৰুদ্ধে জনতাৰ ক্ষোভ তীব্ৰ। এতিয়া ভোটদানৰ ঘণ্টা বাজি যোৱাৰ পাছত উপহাৰ ঘোষণা কৰি বিশেষ সুবিধা নাথাকিব। বিদ্যুতৰ সুবিধাৰ কথা আগতেই ঘোষণা কৰিব লাগিছিল। শিক্ষককে ধৰি চৰকাৰী পদ পূৰণৰ কামো কমেও এবছৰৰ আগতে সম্পূৰ্ণ কৰাৰ প্ৰয়োজন আছিল। কাৰণ বিগত পঁচিশ বছৰে নীতিশ ৰাজ্যৰ মুখ্যমন্ত্রী হৈ আছে৷ তেওঁ ঘোষণা কৰা সুবিধাসমূহ ক্ষমতালৈ আহিব বিচৰা দলটোৱে প্ৰদান কৰে। ইমান বছৰে চৰকাৰ চলাই নীতিশে যি প্ৰতিশ্ৰুতি দিছে সেয়া ব্যৰ্থতাৰ লক্ষণ।

Recent News

কৃষ্ণাইৰ পাইকানত ভয়ংকৰ ঘটনা! আৰক্ষীক গুলীত নিহত এজন উচ্ছেদিত লোক

কৃষ্ণাইৰ পাইকানত ভয়ংকৰ ঘটনা! আৰক্ষীক গুলীত নিহত এজন উচ্ছেদিত লোক

নিৰ্বাচনমুখী বিহাৰঃ ধনী-দুখীয়া নিৰ্বিশেষে সকলোকে ১২৫ ইউনিট বিনামূলীয়া বিদ্যুতৰ ঘোষণা নীতিশ কুমাৰৰ

নিৰ্বাচনমুখী বিহাৰঃ ধনী-দুখীয়া নিৰ্বিশেষে সকলোকে ১২৫ ইউনিট বিনামূলীয়া বিদ্যুতৰ ঘোষণা নীতিশ কুমাৰৰ

হৃদৰোগত আক্ৰান্ত হৈ এটি ৯ বছৰীয়া শিশুৰ মৃত্যু! হঠাৎ টিফিন বাকচৰ ওপৰত পৰি চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ এটি ৯ বছৰীয়া শিশুৰ মৃত্যু! হঠাৎ টিফিন বাকচৰ ওপৰত পৰি চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীৰ দেহাৱসান

গৰমৰ দিনত শৰীৰৰ পৰা দুৰ্গন্ধ আঁতৰ কৰাৰ সহজ উপায়

গৰমৰ দিনত শৰীৰৰ পৰা দুৰ্গন্ধ আঁতৰ কৰাৰ সহজ উপায়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd