• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

২৪ত মোদীৰ সমুখত নীতিশ, প্ৰিয়ংকা কিম্বা কেজৰিৱাল! INDIA জোঁটে ৰচিছে পৰিকল্পনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 20, 2023 7:01 pm
INDIA opposition bloc Modi
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাষ চাপি আহিছে ২৪ৰ লোকসভা নিৰ্বাচন। দিল্লী দখলৰ লক্ষ্যৰে তৎপৰ হৈ পৰিছে শাসক-বিৰোধী। বিশেষকৈ বিজেপিক তৃতীয়বাৰৰ বাবে দিল্লীৰ মচনদ দখলত বাধা দিয়াৰ উদ্দেশ্যে বিৰোধীৰ মাজত বৃদ্ধি পাইছে তৎপৰতা।

এই উদ্দেশ্যে একজোঁট হৈ পৰিছে বিৰোধী আৰু INDIA জোঁট গঠনেৰে নামি পৰিছে নিৰ্বাচনী ৰণচালিত। মিলিত হৈছে চাৰিখনকৈ বৈঠকত। তাৰ মাজতে সূত্ৰই প্ৰকাশ কৰিছে এক গুৰুত্বপূৰ্ণ খবৰ।

Apply Now

সূত্ৰ অনুসৰি, ২৪ত মোদীৰ সন্মুখত নীতিশ কুমাৰ বা প্ৰিয়ংকা গান্ধী অথবা অৰবিন্দ কেজৰিৱালক থিয় কৰাবলৈ পৰিকল্পনা কৰিছে INDIAই! অৰ্থাৎ উত্তৰ প্ৰদেশৰ বাৰাণসীত মোদীক প্ৰত্যাহ্বান জনাব এই তিনিজনৰেএজনে।

লক্ষণীয়ভাৱে, ২০০৪ চনৰ বাহিৰে ১৯৯১ চনৰ পৰা প্ৰতিটো নিৰ্বাচনতে বাৰাণসী লোকসভা সমষ্টিত ধাৰাবাহিকভাৱে বিজয় সাব্যস্ত কৰি আহিছে বিজেপিয়ে। ২০১৪ আৰু ২০১৯ত বাৰাণসীৰ পৰাই লোকসভালৈ আহিছে মোদী।

দ্বিতীয়বাৰৰ কাৰ্যনিৰ্বাহত মোদীয়ে ৬০ শতাংশতকৈ অধিক সমৰ্থন লাভ কৰিছে বাৰাণসীৰ ভোটাৰৰ পৰা। এনে অৱস্থাত প্ৰধানমন্ত্ৰী মোদীক বাৰাণসীত ভেটা দিয়াটো প্ৰায় অসম্ভৱ হৈ পৰিছে INDIA মিত্ৰজোঁট।

সেয়েহে বিৰোধী গোটটোৱে বাৰাণসীৰ পৰা প্ৰস্তাৱ কৰিছে এইকেইজন হাইপ্ৰফাইল নেতাৰ নাম। ইয়াৰে বিহাৰৰ মুখ্যমন্ত্ৰী তথা জনতা দল (ইউনাইটেড)ৰ মুৰব্বী নীতিশ কুমাৰ আৰু কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰা আছে প্ৰথম পচন্দৰ তালিকাত।

বিজেপিৰ একালৰ মিত্ৰ অথচ এতিয়া অন্যতম তীব্ৰ প্ৰতিদ্বন্দ্বী আৰু INDIAৰ অন্যতম প্ৰতিষ্ঠাপক নেতা নীতিশ কুমাৰ প্ৰধানমন্ত্ৰী পদৰ সম্ভাৱ্য প্ৰাৰ্থী হিচাপে চৰ্চিত হৈছিল যদিও এই সম্ভাৱনা তেওঁ অস্বীকাৰ কৰিছে।

চলিত সপ্তাহৰ আৰম্ভণিতে কুমাৰক সম্ভাৱ্য প্ৰধানমন্ত্ৰী প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি কিছু পোষ্টাৰো পাটনাত দেখা গৈছিল। অৱশ্যে এই পোষ্টাৰৰ সৈতে কোনো ধৰণৰ যোগাযোগ অস্বীকাৰ কৰে জনতা দল (ইউনাইটেড)এ।

আনহাতে মঙলবাৰেতদিল্লীত INDIA জোঁটৰ পৰা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেক সম্ভাৱ্য প্ৰধানমন্ত্ৰী প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছিল। কিন্তু খৰ্গেইও সেই চৰ্চা নাকচ কৰি তেওঁ নিৰ্বাচনত জয়ী হোৱাৰ ওপৰত গুৰুত্ব দিব বিচাৰে বুলি মন্তব্য কৰে।

ইফালে প্ৰিয়ংকা গান্ধী ভাদ্ৰাই এইপৰ্যন্ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাই। ২০১৯ চনত তেওঁ নিৰ্বাচনত নামিব বুলি জল্পনা-কল্পনা চলিছিল। প্ৰিয়ংকা বাৰাণসীত মোদীৰ প্ৰতিদ্বন্দী হ’ব বুলিও চৰ্চা চলিছিল যদিও মূৰকত তেনে হোৱা নাছিল।

সূত্ৰ অনুসৰি, এইবাৰ বাৰাণসীত মোদীৰ প্ৰতিদ্বন্দী হিচাপে তেওঁৰ নাম তৃণমূলৰ মুৰব্বী মমতা বেনাৰ্জীয়ে প্ৰস্তাৱ কৰে। চলিত বছৰৰ আৰম্ভণিতেও বাৰাণসীৰ পৰা প্ৰিয়ংকা গান্ধী ভাদ্ৰাক থিয় কৰোৱা হ’ব বুলি চৰ্চা চলিছিল।

আনহাতে বিৰোধী মিত্ৰজোঁটৰ তৃতীয় বিকল্প হিচাপে চৰ্চিত হৈছে আম আদমি পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নাম। স্মৰ্তব্য যে ইতিপূৰ্বে ২০১৪ৰ নিৰ্বাচনত বাৰাণসীত মোদীৰ বিৰুদ্ধে থিয় দিছিল কেজৰিৱালে।

প্ৰায় ২০ শতাংশ ভোট লাভ কৰি সেই নিৰ্বাচনত মোদীৰ মিছতে দ্বিতীয় স্থানত আছিল আপ মুৰব্বীগৰাকী। কিন্তু তেতিয়াৰ তুলনাত এতিয়া দেশৰ ৰাজনীতিত কিছু উত্থান ঘটিছে আম আদমী পাৰ্টিৰ।

অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো স্পষ্ট ঘোষণা কথা নাই মিত্ৰজোঁটে। গতিকে পৰৱৰ্তী সময়ত INDIA জোঁটে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিদ্বন্দী হিচাপে বাৰাণসীত ২৪ত কোনগৰাকী নেতাক প্ৰক্ষেপ কৰে, সেয়া হ’ব লক্ষণীয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am
ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am
ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd