• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিহাৰত পুনৰ মুখ্যমন্ত্ৰীৰ পৰিৱৰ্তনৰ জল্পনা-কল্পনা: ৰাজ্যসভালৈ যাব নেকি নীতিশ কুমাৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 4, 2026 6:30 pm
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰৰ ৰাজনৈতিক মহলত বৰ্তমান এক ব্যাপক খলকনিৰ সৃষ্টি হৈছে। বিভিন্ন সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি ৰাজ্যখনৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে অতি শীঘ্ৰেই নিজৰ পদৰ পৰা পদত্যাগ কৰাৰ সম্ভাৱনা আছে। জানিব পৰা মতে নীতিশ কুমাৰক ৰাজ্যসভালৈ মনোনীত কৰাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ইয়াৰ ফলত বিহাৰৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক ডাঙৰ পৰিৱৰ্তন আহিব পাৰে বুলি ধাৰণা কৰা হৈছে।

জনতা দল ইউনাইটেডৰ দলীয় সূত্ৰই প্ৰকাশ কৰা মতে নীতিশ কুমাৰৰ ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। কেৱল মুখ্যমন্ত্ৰীগৰাকীৰ স্বাক্ষৰ হ’লেই এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব। সম্ভৱত অহা ৫ মাৰ্চত তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিব পাৰে। এই খবৰ ওলোৱাৰ লগে লগে জেডিইউ দলৰ ভিতৰচ’ৰাত এতিয়া তীব্ৰ তৎপৰতা দেখিবলৈ পোৱা গৈছে। দলৰ জ্যেষ্ঠ নেতাসকলে এই পদক্ষেপক লৈ চূড়ান্ত আলোচনা অব্যাহত ৰাখিছে।

Apply Now

এই ৰাজনৈতিক অস্থিৰতাৰ মাজতে জেডিইউৰ কাৰ্যবাহী সভাপতি সঞ্জয় ঝাই মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সাক্ষাৎ কৰিছে। দুয়োৰে মাজত প্ৰায় তিনি ঘণ্টা ধৰি চলা এই দীঘলীয়া বৈঠকে ৰাজ্যখনৰ ৰাজনৈতিক কৌশলক লৈ নতুন নতুন প্ৰশ্নৰ জন্ম দিছে। আনহাতে কেন্দ্ৰীয় মন্ত্ৰী লল্লন সিঙো দিল্লীৰ পৰা পাটনাত উপস্থিত হোৱাৰ কথা আছে। জ্যেষ্ঠ নেতাসকলৰ এই ঘন ঘন বৈঠক আৰু অহা-যোৱাই বিহাৰত এটা ডাঙৰ ৰাজনৈতিক ঘটনা ঘটাৰ সংকেত দিছে।

যদিহে নীতিশ কুমাৰ সঁচাকৈয়ে ৰাজ্যসভালৈ যায় তেন্তে বিহাৰত নতুন মুখ্যমন্ত্ৰী নিৰ্বাচনৰ পথ প্ৰশস্ত হ’ব। এনে পৰিস্থিতিত মিত্ৰশক্তি বিজেপিয়ে মুখ্যমন্ত্ৰী পদৰ বাবে দাবী উত্থাপন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। বৰ্তমানলৈকে ৰামনাথ ঠাকুৰক ৰাজ্যসভালৈ প্ৰেৰণ কৰাটো নিশ্চিত হৈছে যদিও দ্বিতীয়জন প্ৰাৰ্থীৰ নাম এতিয়াও ৰহস্যৰ আৱৰ্তত আছে।

আনহাতে অহা ৮ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া নীতিশ কুমাৰৰ সমৃদ্ধি যাত্ৰাৰ পৰৱৰ্তী পৰ্যায়ো পিছুৱাই দিয়াৰ সম্ভাৱনা আছে। এই ভ্ৰমণসূচী স্থগিত ৰখাৰ সিদ্ধান্তই নীতিশ কুমাৰে ৰাজ্যসভাৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰাজনীতিলৈ ঢাপলি মেলাৰ কথাটো অধিক দৃঢ় কৰি তুলিছে। যদিও দলৰ তৰফৰ পৰা বৰ্তমানলৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই তথাপিও পাটনাত গঢ়ি উঠা ৰাজনৈতিক পৰিৱেশে এক ঐতিহাসিক পৰিৱৰ্তনৰ ইংগিত দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছাকাৰ হেট্ৰিক, এমবাপেৰ ২গ’ল; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰিলে ইংলেণ্ডে

ছাকাৰ হেট্ৰিক, এমবাপেৰ ২গ’ল; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰিলে ইংলেণ্ডে

July 19, 2026 7:43 am
ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছাকাৰ হেট্ৰিক, এমবাপেৰ ২গ’ল; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰিলে ইংলেণ্ডে

ছাকাৰ হেট্ৰিক, এমবাপেৰ ২গ’ল; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰিলে ইংলেণ্ডে

July 19, 2026 7:43 am
ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd