• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিহাৰৰ আস্থা ভোটত নীতিশ কুমাৰৰ বৃহৎ জয়,, বিজেপিৰ ৱাকআউট

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 24, 2022 7:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আশা কৰা অনুসৰি আস্থা ভোটত জয়ী হৈছে। ইপিনে বুধবাৰে আস্থা ভোটৰ সময়ত বিজেপিয়ে বিধানসভাৰ পৰা ৱাকআউট কৰে। বিজেপিৰ বিধায়কসকলৰ অনুপস্থিতিত বিধানসভাত উপস্থিত থকা ১৬০ জন বিধায়কে নীতিশ কুমাৰৰ নেতৃত্বত মহাজোট চৰকাৰক সমৰ্থন কৰে। ফলস্বৰূপে, মহাজোট চৰকাৰে কোনো বাধা অবিহনে আস্থা ভোটত জয়ী হয়।

নীতিশ চৰকাৰৰ আস্থা ভোটৰ পূৰ্বে বিধানসভাৰ অধ্যক্ষ বিজয় কুমাৰ সিঙে ভোটদানৰ ঠিক আগতে পদত্যাগ কৰে। বিজেপি নেতাজন পূৰ্বৰ জেডিইউ আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ অধ্যক্ষ আছিল। কিন্তু নীতিশে শিবিৰ সলনি কৰিলেও তেওঁ ইমানদিনে পদত্যাগ কৰা নাছিল। বাধ্য হৈ মহাজোট চৰকাৰে তেওঁৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছিল। আজিৰ দিনটোত, বিজয় চৌধুৰীয়ে অনাস্থা ভোটৰ সন্মুখীন নোহোৱাকৈয়ে পদত্যাগ কৰে। ফলস্বৰূপে, বিধানসভাৰ উপাধ্যক্ষই আস্থাৰ ভোট পৰিচালনা কৰে।

Apply Now

ইয়াৰ পূৰ্বে, চিবিআইৰ চোৰাংচোৱাই বিহাৰ, দিল্লী আৰু হাৰিয়ানাৰ ২৫ টা স্থানত তালাচী চলায়। বিহাৰৰ পাটনা, কাটিহাৰ আৰু মধুবনীত কেইবাজনো উচ্চ পৰ্যায়ৰ আৰজেডি নেতাৰ বাসগৃহত তালাচী চলোৱা হয়। এই নেতাসকলৰ ভিতৰত উল্লেখযোগ্য হৈছে সুনীল সিং, সুবোধ ৰায়, ড০ ফৈয়াজ আহমেদ আৰু আশফাক কৰিম আদি। আস্থা ভোটৰ ঠিক আগতে উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱে বিধানসভাত কেন্দ্ৰীয় সংস্থাটো এনেদৰে সক্ৰিয় হোৱাৰ বিষয়টো ৰহস্যজনক বুলি মন্তব্য কৰে। তেওঁ কয় “বিজেপিৰ তিনিজন জোৱাই- ইডি, আয়কৰ আৰু চিবিআই। “নীতিশ কুমাৰ আৰু তেওঁৰ বন্ধুত্ব দীৰ্ঘদিন ধৰি চলিব।নতুন ইতিহাস ৰচনা কৰা হ’ব। কাকো ৰাণ আউট কৰা নহ’ব। “

আস্থা ভোটৰ আগতে, নীতিশ কুমাৰেও বিজেপিক ক্ষৰধাৰ সমালোচনা কৰে। বিহাৰৰ মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছিল যে তেওঁৰ পূৰ্বৰ মিত্ৰজোঁটৰ অংশীদাৰসকলে প্ৰকৃততে বিহাৰৰ বিষয়ে ভবা লোক নাছিল। তেওঁলোকে কেৱল ৰাজ্য চৰকাৰক অৱজ্ঞা কৰি কেন্দ্ৰীয় চৰকাৰৰ প্ৰচাৰহে চলাইছিল । নীতিশে কয় যে তেওঁ আৰজেডিৰ সৈতে হাত মিলোৱাৰ পিছত সমগ্ৰ দেশৰ বহু নেতাই তেওঁৰ সৈতে যোগাযোগ কৰিছে। সকলোৱে তেওঁক সম্ভাষণ জনাইছে। আস্থা ভোটৰ ভাষণত নীতিশে কয়, “মই ২০২৪ চনত সকলোকে একেলগে লৈ আগবাঢ়ি যাবলৈ এটা মনস্থ কৰিছো “।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd