• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি অসম আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিব পাৰে NLFB ৰ দুৰ্ধৰ্ষ নেতা বাথাই

 এন ই নাও নিউজ by এন ই নাও নিউজ
July 22, 2021 7:21 am
Batha-750x375
341
VIEWS
Share on FacebookShare on Twitter

বড়োভূমিত নতুনকৈ জন্মলাভ কৰা বিদ্ৰোহী সংগঠন নেছনেল লিবাৰেছন ফ্ৰণ্ট অব বডোলেণ্ড চমুকৈ NLFB ৰ নেতা এম বাথাকলৈ ৰাজ্য চৰকাৰৰ মূৰ কামোৰণিৰ সৃষ্টি হৈ থকাৰ সময়তে এটা আশাব্যঞ্জক খবৰ আহিছে।

বিদ্ৰোহী সংগঠনটোৰ নেতা এম বাথাই আজি অসম আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বাথাই আন ৬০ গৰাকী সতীৰ্থৰ সৈতে আজি আনুষ্ঠানিক ভাবে অসম আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিব।

সূত্ৰটোৱে প্ৰকাশ কৰা মতে বিনোদ মুছাহাৰী ওৰফে এম বাথাই সম্প্ৰতি অৰুণাচলত আন বহু সতীৰ্থৰ সৈতে আত্মগোপন কৰি আছে।

বাথা আৰু NLFB ৰ আন সদস্যসকলক আনিবলৈ ইতিমধ্যে অসম আৰক্ষীৰ বিশেষ শাখাৰ এটা দল অৰুণাচললৈ যোৱা বুলি সূত্ৰটোৱে সদৰী কৰিছে।

উল্লেখ্য ২০২০ চনৰ জানুৱাৰী মাহত তৃতীয় বড়ো শান্তি চুক্তি স্বাক্ষৰৰ জৰিয়তে NDFB -এ অস্ত্ৰ পৰিহাৰ কৰাৰ পিছতে সেই সময়ৰ NDFB ৰ দুৰ্ধৰ্ষ নেতা বাথায়ো আত্মসমৰ্পন কৰিছিল।

কিন্তু পিছত তেওঁ পুনৰ অৰণ্যলৈ উভতি গৈছিল আৰু চলিত বৰ্ষৰ মাৰ্চ মাহত NLFB নামৰ নতুন বিদ্ৰোহী সংগঠনটোৰ জন্ম দিছিল।

বড়োভূমিক পুনৰ ৰক্তাক্ত কৰাৰ যড়যন্ত্ৰত লিপ্ত হোৱা NLFB ৰ নেতা বাথাক ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াই মষ্ট ৱাণ্টেড ঘোষণা কৰাৰ লগতে তেওঁৰ মূৰৰ মূল্য ১০ লাখ টকা নিৰ্ধাৰণ কৰি দিছিল।

সঁচাকৈয়ে যদি বাথাই আজি আত্মসমৰ্পন কৰে তেন্তে এয়া হ’ব বড়োভূমিৰ বাবে এক আশাৰ বতৰা।

Recent News

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd