• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৱশেষত NLFB ৰ নেতা বাথাৰ আত্মসমৰ্পন, ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত আত্মসমৰ্পণ

 এন ই নাও নিউজ by এন ই নাও নিউজ
July 22, 2021 2:53 pm
Batha-750x375
209
VIEWS
Share on FacebookShare on Twitter

বড়োভূমিত নতুনকৈ জন্মলাভ কৰা বিদ্ৰোহী সংগঠন নেছনেল লিবাৰেছন ফ্ৰণ্ট অব বডোলেণ্ড চমুকৈ NLFB ৰ নেতা এম বাথাকলৈ ৰাজ্য চৰকাৰৰ মূৰ কামোৰণিৰ সৃষ্টি হৈ থকাৰ সময়তে আজি দুৰ্ধৰ্ষ নেতা জনে আত্মসমৰ্পন কৰে।

ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত বাথাই লগত আন কেইবাজনো সতীৰ্থৰ সৈতে অসম আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।

NLFB ৰ নেতা এম বাথাক সম্প্ৰতি লালপানী আৰক্ষী থানালৈ নিয়া হৈছে। জানিব পৰা মতে তেওঁক শীঘ্ৰে গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰা হ’ব।

বিদ্ৰোহী সংগঠনটোৰ নেতা এম বাথাই আজি অসম আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰাৰ পূৰ্ণ সম্ভাৱনা থকাৰ কথা নৰ্থ ইষ্ট নাওত পূৰ্বেই প্ৰকাশ কৰা হৈছিল।

বিনোদ মুছাহাৰী ওৰফে এম বাথাই অৰুণাচলত আন বহু সতীৰ্থৰ সৈতে আত্মগোপন কৰি আছিল।

বাথা আৰু NLFB ৰ আন সদস্যসকলক আনিবলৈ অসম আৰক্ষীৰ বিশেষ শাখাৰ এটা দল অৰুণাচললৈ যোৱা বুলি এটা সূত্ৰই জানিবলৈ দিছিল।

উল্লেখ্য ২০২০ চনৰ জানুৱাৰী মাহত তৃতীয় বড়ো শান্তি চুক্তি স্বাক্ষৰৰ জৰিয়তে NDFB -এ অস্ত্ৰ পৰিহাৰ কৰাৰ পিছতে সেই সময়ৰ NDFB ৰ দুৰ্ধৰ্ষ নেতা বাথায়ো আত্মসমৰ্পন কৰিছিল।

কিন্তু পিছত তেওঁ পুনৰ অৰণ্যলৈ উভতি গৈছিল আৰু চলিত বৰ্ষৰ মাৰ্চ মাহত NLFB নামৰ নতুন বিদ্ৰোহী সংগঠনটোৰ জন্ম দিছিল।

বড়োভূমিক পুনৰ ৰক্তাক্ত কৰাৰ যড়যন্ত্ৰত লিপ্ত হোৱা NLFB ৰ নেতা বাথাক ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াই মষ্ট ৱাণ্টেড ঘোষণা কৰাৰ লগতে তেওঁৰ মূৰৰ মূল্য ১০ লাখ টকা নিৰ্ধাৰণ কৰি দিছিল।

বাথাই আজি আত্মসমৰ্পন কৰাটো হ’ব বড়োভূমিৰ বাবে এক আশাৰ বতৰা।বিটিআৰ প্ৰধান প্ৰমোদ বড়োই আজি বাথাৰ আত্মসমৰ্পন অনুষ্ঠানত উপস্থিত থাকে। বড়োই বড়োভূমিত শান্তি অক্ষুন্ন থাকিব বুলি মন্তব্য কৰে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd