DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰবৰুৱাৰ ধৰ্ষণ আৰু হত্যাকাণ্ড; ২৪ ঘণ্টাৰ পিছতো গ্ৰেপ্তাৰ হোৱা নাই অপৰাধী

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
August 18, 2019 8:11 pm
Murder

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

783
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় জিলাৰ বৰবৰুৱাত যোৱা শনিবাৰে সংঘটিত ধৰ্ষণ আৰু হত্যাকাণ্ডৰ সৈতে জড়িত অপৰাধীক এইপৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে।

উল্লেখযোগ্য যে কালি বৰবৰুৱা চাহ বাগিচাৰ নলাত এগৰাকী ২১ বছৰয়ীৰ আদিবাসী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছিল।

যুৱতীগৰাকীৰ পৰিয়ালৰ সদস্য আৰু স্থানীয় লোকৰ অভিযোগ মতে কোনো দুৰ্বৃত্তই তেওঁক ধৰ্ষণ কৰি পিছত এনেদৰে হত্যা কৰি বাগিচাৰ নলাত পেলাই থৈ যায়। নিহত যুৱতীগৰাকীয়ে বি চি পি এল টাউনশ্বিপৰ কৰ্মচাৰীসকলৰ কোৱাৰ্টাৰত বনকৰা মহিলা হিচাপে কাম কৰিছিল।

সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ জিলা প্ৰচাৰ সম্পাদক লখিন্দ্ৰ কুৰ্মীয়ে কয়, ’২৪ ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো আৰক্ষীয়ে দোষীক ধৰিবলৈ সক্ষম নহ’ল।‘

‘চৰকাৰে মহিলাসকলক নিৰাপত্তা দিয়াত বিফল হৈছে। ঘটনাটো ৰাষ্ট্ৰীয় ঘাইপথৰ মাত্ৰ কেইমিটাৰমান আঁতৰত ঘটিছে। আমি ইয়াক গৰিহনা দিয়াৰ লগতে দোষীক অনতিপলমে গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক দাবী জনাইছো।‘ তেওঁ লগতে কয়।

পৰিলয়াৰ লোকৰ মতে যুৱতীগৰাকীয়ে শনিবাৰে পুৱা প্ৰায় ৬.৩০ বজাতে বৰবৰুৱা চাহ বাগিচাৰ ৩নং লাইনতস্থিত তেওঁৰ ঘৰৰ পৰা কামলৈ বুলি ওলাই আহিছিল।

আনদিনাৰ দৰে কালিও বাগিচাখনৰ ৫ নং লাইনেৰে তেওঁ কামলৈ গৈছিল। পুৱা প্ৰায় ৮.৩০ বজাত পাত তুলি থকা বাগানৰ শ্ৰমিকে উক্ত লাইনৰ এটা নলাত তেওঁৰ মৃতদেহটো উদ্ধাৰ কৰে।

উদ্ধাৰ কৰা সময়ত নিহত যুৱতীগৰাকীৰ ডিঙিত কাপোৰ বন্ধা আছিল।

পিছত পৰিয়ালৰ লোকে বৰবৰুৱা আৰক্ষী থানাত ধৰ্ষণ আৰু হত্যাৰ অভিযোগ তুলি এখন এজাহাৰ দাখিল কৰে।

‘আমি বিষয়টোৰ অনুসন্ধান চলাই আছো। এইপৰ্যন্ত কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।‘ থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনুজ বৰুৱাই কয়।

Recent News

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd