• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাত বিজেপিৰ বিজয়ত আত্মসন্তুষ্টি ক’ত? কমিল ভোটৰ হাৰ-আসন; কোনোমতে সৰকিল বহু নেতা!

এন ই নাও নিউজ, আগৰতলা by এন ই নাও নিউজ, আগৰতলা
March 2, 2023 4:52 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰা বিজেপি কোনোমতে ওলাই গৈছে! এতিয়ালৈকে ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ফলাফলে তেনে এখন চিত্ৰকে দাঙি ধৰিছে। কিয়নো যোৱাবাৰৰ তুলনাত উত্তৰ-পূবৰ ৰাজ্যখনত বিজেপিৰ আসনৰ সংখ্যাৰ লগতে ভোটৰ হাৰো হ্ৰাস পাইছে। কেৱল সেয়াই নহয়, বহুতো তাৰকা বিজেপি নেতাই বিচূৰ্তি খাব লগা হৈছে।

আনহাতে, উত্তৰ-পূৰ্বাঞ্চলৰ বাকী দুখন ৰাজ্যই বিজেপিক যথেষ্ট সকাহ দিছে। মেঘালয়ত ভোটদানৰ হাৰ সামান্য হ্ৰাস পাইছে যদিও বিজেপিৰ সংখ্যা বৃদ্ধি হ’বলৈ আগবাঢ়িছে। নাগালেণ্ডত ভোটৰ হাৰ বৃদ্ধি পাইছে। অৱশ্যে, আসনৰ সংখ্যাৰ বেছি পৰিৱৰ্তন হোৱা নাই।

নিৰ্বাচন আয়োগৰ মতে, ত্ৰিপুৰাত বিজেপিয়ে ইতিমধ্যে পাঁচখন আসন লাভ কৰিছে। বাকী ২৮ খন আসনত আগবাঢ়ি আছে। দলটোৱে প্ৰাপ্ত ভোটৰ হাৰ হৈছে ৩৯.১১ শতাংশ। অৰ্থাৎ ত্ৰিপুৰাত গেৰুৱা শিবিৰৰ ফলাফল ২০১৮ চনতকৈ বেয়া হৈছে। ২০১৮ চনত ৫১ খন আসনত প্ৰতিদ্বন্দিতা কৰি দলটোৱে ৩৫ খন আসন জিকিছিল। প্ৰাপ্ত ভোটৰ হাৰ আছিল ৪৩.৫৯ শতাংশ।

Apply Now

সেইদৰে, এইবাৰৰ নিৰ্বাচনত বহুতো বিজেপি নেতাই বিচূৰ্তি খাব লগা হৈছে। আনকি মুখ্যমন্ত্ৰী মানিক সাহাই বৰদোৱালী টাউন আসনত এটা সময়ত পিছ পৰিছিল। যদিও বেছি সময় দ্বিতীয় স্থানত নাছিল, বিজয়ৰ ব্যৱধান ১,৫০০ অতিক্ৰম কৰিব নোৱাৰিলে।

আনহাতে, ত্ৰিপুৰা বিজেপিৰ সভাপতি ৰজিব ভট্টাচাৰ্য এতিয়াও বনমালীপুৰৰ পৰা ১,২৯৩ টা ভোটত পিছ পৰি আছে। সমষ্টিটো প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লব দেৱৰ দুৰ্গ হিচাপে জনাজাত। কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিক ধনপুৰৰ পৰা আগবাঢ়ি আছে যদিও ব্যৱধান বেছিনহয়। তেওঁ বৰ্তমান ৩,৪৪০ টা ভোটত আগবাঢ়ি আছে। বিদায়ী উপ মুখ্যমন্ত্ৰী জিষ্ণু দেববাৰ্মাও পিছ পৰিছিল। তেওঁ বৰ্তমান ১,০০০ তকৈ অলপ বেছি ভোটত আগবাঢ়ি আছে।

উল্লেখ্য যে বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত বিজেপি নেতাসকলে দাবী কৰিছিল যে আসন যোৱাবাৰৰ তুলনাত বৃদ্ধি পাব। বৃহৎ আসন লাভ কৰি বিজয়ী হ’ব। কিন্তু সেয়া নহ’ল। ইয়াৰ বিপৰীতে, আসনৰ সংখ্যা হ্ৰাস পাইছে।

ত্ৰিপুৰাৰ বিজেপি নেতৃত্ব পৰিস্থিতিটোক লৈ যথেষ্ট অস্বস্তিত আছে। এই সন্দৰ্ভত ত্ৰিপুৰাৰ বিদায়ী মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “মই অধিক আসন পোৱাৰ কথা ভাবিছিলো যদিও সেয়া নহ’ল। কিন্তু আমি সংখ্যাগৰিষ্ঠতা লাভ কৰি সুখী। তথাপি আমি কিয় অধিক আসন নাপালোঁ, তাৰ বিশ্লেষণ কৰা হ’ব।‘’

এন ই নাও নিউজ, আগৰতলা

এন ই নাও নিউজ, আগৰতলা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd