• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৫ ফেব্ৰুৱাৰীৰ পৰা FASTag নাথাকিলে কোনো বাহনে পাৰ হ’ব নোৱাৰিব টোল গেট , কি এই FASTag, কেনেকৈ পাব?

এন ই নাও নিউজ by এন ই নাও নিউজ
January 28, 2021 6:49 pm
DECIE004_25-0
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে টোলগেটত সৃষ্টি হোৱা যান-জোঁট ৰোধ কৰাৰ বাবে টোলগেট সমূহত FASTag  ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰিছে।

সেই মৰ্মে অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা দেশৰ প্ৰায় ৩০০ খন টোল গেটত প্ৰযোজ্য হ’ব  FASTag  ব্যৱস্থা।

Apply Now

১৫ ফেব্ৰুৱাৰীৰ পৰা যিবোৰ বাহনে FASTag  নোহোৱাকৈ টোলগেট পাৰ হোৱাৰ চেষ্টা চলাব তেনে বাহনৰ গৰাকীয়ে ভৰিব লাগিব দুগুণ জৰিমনা।

FASTag  ব্যৱস্থা প্ৰৱৰ্তন হোৱাৰ ফলত টোলগেট সমূহত নগদ ধনৰ লেন-দেন বন্ধ হৈ পৰিব।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰধিকৰণৰ ক্ষেত্ৰ সঞ্চালক অলোক কুমাৰে প্ৰকাশ কৰা মতে FASTag  নথকা বাহনৰ ক্ষেত্ৰত চৰকাৰ অধিক কঠোৰ হ’ব।

যদি কোনো বাহনৰ গৰাকী অথবা চালকে FASTag কলৈ টোলগেটৰ কৰ্মচাৰীক বেয়া ব্যৱহাৰ কৰে তেন্তে তেনে লোকক ১ লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে।

উল্লেখ্য ২০২১ চনৰ ১ জানুৱাৰীৰ পৰাই দেশৰ বিভিন্ন টোলগেটত FASTag  ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰে ১ জানুৱাৰীৰ পৰাই বাহনত FASTag  লগাবলৈ নিৰ্দেশ জাৰি কৰিছিল।কিন্তু টোলগেট পাৰ হ’বলৈ প্ৰয়োজন হোৱা FASTag নো কি?

দৰাচলতে FASTag হৈছে এক ধৰণৰ বিশেষ ষ্টিকাৰ। যি ষ্টিকাৰ বাহনৰ সন্মুখৰ গ্লাছত লগোৱা থাকিব।

বাহনৰ গৰাকীয়ে পূৰ্বেই টোলগেট পাৰ হোৱাৰ বাবে FASTag ৰ বাবে ৰিছাৰ্জ কৰিব লাগিব।

FASTag ৰ বাবে লোক এজনে সৰ্বোচ্চ ১ লাখ টকা পৰ্যন্ত ৰিছাৰ্জ কৰিব পাৰিব।

কম পৰিমাণৰ ধনো ৰিছাৰ্জ কৰিব পৰা যাব। পেটিএম অথবা বিভিন্ন বেংকৰ জৰিয়তে অতি সহজে FASTag ৰ বাবে ধন ৰিছাৰ্জ কৰিব পৰা যাব।

আনহাতে টোলগেটতো FASTagৰ বাবে ৰিছাৰ্জৰ সুবিধা থাকিব। FASTagৰ ষ্টিকাৰৰ সৈতে সংযুক্ত হৈ থাকিব Radio-frequency Identification (RFID)  প্ৰযুক্তি।

এই প্ৰযুক্তিৰ জৰিয়তে টোলগেট এখন পাৰ হোৱাৰ লগে লগে টোলগেটত দিবলগীয়া ধন ৰিছাৰ্জৰ পৰা কটা যাব আৰু এই বিষয়ে বাহনৰ গৰাকীৰ মোবাইল ফোনলৈ মেছেজ আহিব।

FASTagৰ বাবে কৰা ৰিছাৰ্জৰ ম্যাদ ৫ বছৰ থাকিব অৰ্থাৎ  ৰিছাৰ্জ কৰাৰ পিছত ৫ বছৰলৈ কোনো টোলগেটেৰে বাহন পাৰ নহ’লেও একাউণ্টত সেই ধন মজুত হৈ থাকিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd