• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সুৰা নীতিত হোৱা নাই কোনো দুৰ্নীতি; ভাল কাম কৰাটো নিবিচাৰে মোদীয়ে! দাবী কেজৰিৱালৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 2, 2023 8:08 am
Kejriwal on Sisodia's arrest
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ সুৰা নীতিৰ কেলেংকাৰীৰ গোচৰত দেওবাৰে কেন্দ্ৰীয় তদন্ত সংস্থা চিবিআই- এ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াক গ্ৰেপ্তাৰ কৰাৰ পাছৰে পৰা আক্ৰমণ-প্ৰত্যাক্ৰমণেৰে উত্তাল হৈ আছে দেশৰ ৰাজনীতি। সতীৰ্থ নেতাগৰাকীৰ গ্ৰেপ্তাৰৰ প্ৰসঙ্গত পুনৰবাৰ সোচ্চাৰ হৈছে আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।

বুধবাৰে এখন সংবাদমেলত ভাগ লৈ কেজৰিৱালে চিছ’দিয়া তথা আন এগৰাকী কাৰাবন্দী সতীৰ্থ সত্যেন্দ্ৰ জৈনক কেন্দ্ৰৰ বিজেপি চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰাৰ ইংগিত দিয়ে। কেজৰিৱালৰ মতে, দিল্লী চৰকাৰে কৰা ভাল কাম বন্ধ কৰিবলৈ কেবিনেটৰ প্ৰাক্তন মন্ত্ৰীদ্বয়ক কাৰাগাৰৰ ভিতৰত ৰখা হৈছে।

Apply Now

সংবাদমেলত কেজৰিৱালে দিল্লীৰ সুৰা নীতিত কোনো দুৰ্নীতি নাই বুলি দাবী কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাল কাম কৰাটো নিবিচাৰে বুলিও অভিযোগ কৰে। অৱশ্যে তৎসত্বেও দিল্লী চৰকাৰৰ ভাল কাম বন্ধ নহ’ব বুলি দৃঢ়তাৰে কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

দুই কাৰাবন্দী দলীয় সতীৰ্থৰ সমৰ্থনত কেজৰিৱালে বিজেপি চৰকাৰলৈ অভিযোগৰ আঙুলি টোৱাই কয়, “তেওঁলোকৰ উদ্দেশ্য দুৰ্নীতি বন্ধ কৰা নহয়, দিল্লীত কৰা ভাল কাম বন্ধ কৰা।” চিবিআইৰ বিষয়াসকলে চিছ’দিয়াৰ বাসগৃহত ঘণ্টাজোৰা অভিযানৰ পিছতো ১০,০০০ টকাও উদ্ধাৰ কৰিব নোৱাৰিলে বুলি দোৱাৰে কেজৰিৱালে।

আনহাতে “যদি মনীষ চিছ’দিয়াই বিজেপিত যোগদান কৰে, তেন্তে তেওঁ কাইলৈৰ ভিতৰত মুক্ত নহ’বনে?” বুলি প্ৰশ্ন কৰি বিজেপিক কটাক্ষ কৰে কেজৰিৱালে। তেওঁ লগতে আম আদমী পাৰ্টিয়ে চিছ’দিয়াৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে ঘৰে ঘৰে অভিযান আৰম্ভ কৰিব বুলি জানিবলৈ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টকাৰ খক! IAS-IPS দম্পতীৰ বিৰুদ্ধে ৩৬টা ভিলা ক্ৰয়, কোটি কোটি টকাৰ সম্পত্তি গঢ়াৰ অভিযোগ, চলিছে তদন্ত

টকাৰ খক! IAS-IPS দম্পতীৰ বিৰুদ্ধে ৩৬টা ভিলা ক্ৰয়, কোটি কোটি টকাৰ সম্পত্তি গঢ়াৰ অভিযোগ, চলিছে তদন্ত

November 1, 2026 11:02 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

November 1, 2026 10:18 am
শেষ প্ৰচেষ্টাও ব্যৰ্থ, এপষ্টেইন গোচৰত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন ড’নাল্ড ট্ৰাম্প!

শেষ প্ৰচেষ্টাও ব্যৰ্থ, এপষ্টেইন গোচৰত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন ড’নাল্ড ট্ৰাম্প!

November 1, 2026 9:55 am
‘গোটেই বিজেপি চৰকাৰখনে পদত্যাগ কৰিব লাগিব’, মণিপুৰত বিশাল সমদল, কেন্দ্ৰকো ‘চূড়ান্ত’ বাৰ্তা

‘গোটেই বিজেপি চৰকাৰখনে পদত্যাগ কৰিব লাগিব’, মণিপুৰত বিশাল সমদল, কেন্দ্ৰকো ‘চূড়ান্ত’ বাৰ্তা

November 1, 2026 8:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টকাৰ খক! IAS-IPS দম্পতীৰ বিৰুদ্ধে ৩৬টা ভিলা ক্ৰয়, কোটি কোটি টকাৰ সম্পত্তি গঢ়াৰ অভিযোগ, চলিছে তদন্ত

টকাৰ খক! IAS-IPS দম্পতীৰ বিৰুদ্ধে ৩৬টা ভিলা ক্ৰয়, কোটি কোটি টকাৰ সম্পত্তি গঢ়াৰ অভিযোগ, চলিছে তদন্ত

November 1, 2026 11:02 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

November 1, 2026 10:18 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd