• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বংগত বিশাল নিৰ্বাচনী ৰেলী কৰি ফুৰা অমিত শ্বাহে ক’লে, ‘কুম্ভমেলা, ৰমজানত কোভিড বিধি উলংঘন হৈছে’

এন ই নাও নিউজ by এন ই নাও নিউজ
April 19, 2021 9:07 am
index.jpgm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰলৈকে পশ্চিমবংগত হাজাৰ হাজাৰ জনতাক সমবেত কৰি নিৰ্বাচনী ৰেলী কৰি ফুৰা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে দিল্লীৰ চৰকাৰী বাসগৃহত উপস্থিত হৈ ক’লে কুম্ভমেলা আৰু ৰমজানত কোভিডৰ আদৰ্শ আচৰণ বিধি মানি চলা হোৱা নাই।

কেন্দ্ৰীয় গৃহ  মন্ত্ৰীগৰাকীয়ে এক ব্যক্তিগত চেনেলক দিয়া সাক্ষাৎকাৰত কয় যে কুম্ভ হওক বা ৰমজানেই হওক কোভিড বিধি সঠিকভাৱে মানি চলা হোৱা নাই।

Apply Now

কোভিডৰ প্ৰাথমিক ঢৌৰ মোকাবিলা কৰাৰ পিছত কেন্দ্ৰই আত্মতুষ্টিত ভোগা বুলি কৰা অভিযোগো অস্বীকাৰ কৰিছে গৃহ মন্ত্ৰী অমিত শ্বাহে।

ইফালে চৰকাৰে আত্মতুষ্টিত ভোগাৰ বাবেই বৰ্তমান ঔষধ আৰু অক্সিজেন চিলিণ্ডাৰৰ অভাৱ হোৱা বুলি উঠা অভিযোগো খণ্ডন কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।

“দ্বিতীয় ঢৌ বা তৃতীয় ঢৌ নহওক কিয়, প্ৰতিটো নতুন ঢৌৰ সংক্ৰমণৰ হাৰ দুগুণতকৈ কম নহয়। ভাইৰাছটো সম্পূৰ্ণ নতুন আৰু ই দ্ৰুতগতিত বিয়পে। অৱশ্যে দ্ৰুতভাৱে বিয়পিলেও ই যথেষ্ট কম মাৰাত্মক।” গৃহ মন্ত্ৰীগৰাকীয়ে কয়।

তেওঁ লগতে কয়, “এই মুহূৰ্তত ভাইৰাছটো যি গতিত বিয়পি আছে সেয়া প্ৰকৃততে সমস্যাজনক। অৱশ্যে মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আমি মহামাৰী বিধৰ দ্বিতীয় ঢৌতো পৰাস্ত কৰি জয়ী হ’বলৈ গৈ আছো।”

লকডাউনৰ সন্দৰ্ভত অমিত শ্বাহে কয়, এইক্ষেত্ৰত ৰাজ্যসমূহক নিজ নিজ সিদ্ধান্ত ল’বলৈ অনুমতি দিয়া হৈছে। অন্তিম তিনি মাহৰ বাবে ৰাজ্যসমূহে কোভিড পৰিস্থিতি মূল্যাংকন কৰি পালন কৰিবলগীয়া নিৰ্দেশনাসমূহ বলৱৎ কৰিব পাৰিব বুলিও গৃহ মন্ত্ৰীগৰাকীয়ে কয়।

ইফালে কুম্ভমেলা আৰু ৰমজানত কোভিড আচৰণ বিধি উলংঘন হোৱা বুলি মন্তব্য কৰা গৃহমন্ত্ৰী অমিত শ্বাহে নিজেই পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ ৰেলীসমূহ মাৰাথান গতিত অনুষ্ঠিত কৰি আহিছে।

তেনে অৱস্থাত প্ৰশ্ন উদয় হৈছে, ক্ষমতাৰ খকত হাজাৰ হাজাৰ জনতাৰ জীৱন-মৃত্যুক পৰোৱা নকৰি কোভিডৰ আদৰ্শ আচৰণ বিধি উলংঘা কৰি বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কুম্ভমেলা অথবা ৰমজানত গৃহমন্ত্ৰী অমিত শ্বাহে কোভিড আচৰণ বিধি সঠিকভাৱে পালন কৰা হোৱা নাই বুলি কোৱাৰ নৈতিক অধিকাৰ আছে নে?

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যুদ্ধত ইজৰাইলক সহায় আৰু অপপ্ৰচাৰ! ইৰাণত দেশদ্ৰোহৰ অভিযোগত ৩৩০০ নাগৰিকক গ্ৰেপ্তাৰ

যুদ্ধত ইজৰাইলক সহায় আৰু অপপ্ৰচাৰ! ইৰাণত দেশদ্ৰোহৰ অভিযোগত ৩৩০০ নাগৰিকক গ্ৰেপ্তাৰ

June 23, 2026 11:11 am
বিশ্বকাপৰ নকআউটত ফ্ৰান্স, বৰ্ষাবিঘ্নিত মেচত এমবাপেৰ চমক; দুটাকৈ গ’লেৰে গঢ়িলে অভিলেখ

বিশ্বকাপৰ নকআউটত ফ্ৰান্স, বৰ্ষাবিঘ্নিত মেচত এমবাপেৰ চমক; দুটাকৈ গ’লেৰে গঢ়িলে অভিলেখ

June 23, 2026 10:20 am
মহানগৰীৰ চচলৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, তদন্ত আৰম্ভ আৰক্ষীৰ

মহানগৰীৰ চচলৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, তদন্ত আৰম্ভ আৰক্ষীৰ

June 23, 2026 9:26 am
কাটাৰৰ গেছ উৎপাদন কেন্দ্ৰত ভয়ংকৰ বিস্ফোৰণ; নিহত ১৩ জনৰ ভিতৰত ১২ জনেই ভাৰতীয়

কাটাৰৰ গেছ উৎপাদন কেন্দ্ৰত ভয়ংকৰ বিস্ফোৰণ; নিহত ১৩ জনৰ ভিতৰত ১২ জনেই ভাৰতীয়

June 23, 2026 8:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুদ্ধত ইজৰাইলক সহায় আৰু অপপ্ৰচাৰ! ইৰাণত দেশদ্ৰোহৰ অভিযোগত ৩৩০০ নাগৰিকক গ্ৰেপ্তাৰ

যুদ্ধত ইজৰাইলক সহায় আৰু অপপ্ৰচাৰ! ইৰাণত দেশদ্ৰোহৰ অভিযোগত ৩৩০০ নাগৰিকক গ্ৰেপ্তাৰ

June 23, 2026 11:11 am
বিশ্বকাপৰ নকআউটত ফ্ৰান্স, বৰ্ষাবিঘ্নিত মেচত এমবাপেৰ চমক; দুটাকৈ গ’লেৰে গঢ়িলে অভিলেখ

বিশ্বকাপৰ নকআউটত ফ্ৰান্স, বৰ্ষাবিঘ্নিত মেচত এমবাপেৰ চমক; দুটাকৈ গ’লেৰে গঢ়িলে অভিলেখ

June 23, 2026 10:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd