• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অচিৰেই বন্ধ কৰা হ’ব অসমলৈ অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা সকলো ৰে’লৰ চলাচল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 12, 2019 11:25 pm

2 min read

692170-trainsgoods-061218

প্ৰতিনিধিত্বমূলক ফটো

5.8k
VIEWS
Share on FacebookShare on Twitter

অসমৰ বৰ্তমানৰ পৰিস্থিতিৰ অজুহাতত শীঘ্ৰেই অসমলৈ আহিবলগীয়া পেট্ৰ’লজাত সমাগ্ৰীকে ধৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা ৰে’লৰ চলাচল বন্ধ কৰা হ’ব।

এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পৰা মতে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত অব্যাহত থকা প্ৰবল প্ৰতিবাদৰ মাজতে অসমলৈ এইদৰে অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা ৰে’ল প্ৰেৰণ কৰাটো বন্ধ কৰিব বিচৰা হৈছে।

উত্তৰ-পূব সীমান্ত ৰেইলৱেৰ জৰিয়তে অসমলৈ আহিবলগীয়া পেট্ৰ’’লজাত সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা ৰেইলসমূহ বন্ধ কৰি দিয়াৰ এক কৌশল ৰচনা কৰা হৈছে।

জানিব পৰা মতে, অসমৰ কেবৰ বিৰুদ্ধে চলা প্ৰতিবাদী আন্দোলনটোক মষিমূৰ কৰাৰ লক্ষ্যৰে ৰাজ্যখনত এক কৃত্ৰিম খাদ্য সামগ্ৰীৰ নাটনি সৃষ্টি কৰাৰ বাবেই এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে।

এক সূত্ৰই জনায় যে এই কৌশলৰ সৈতে জড়িত হৈছে একাংশ অসাধু ব্যৱসায়ী। তেওঁলোকে ৰাজ্যখনত কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি পাছত অধিক মুনাফা লুটাৰ কূট-কৌশল ৰচনা কৰিছে।

ইতিমধ্যে ৰাজ্যখনত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ এক কৃত্ৰিম নাটনিৰ পৰিস্থিতি উদ্ভৱ হোৱা দেখা গৈছে।

বৰ্তমান বজাৰত আলু-পিঁয়াজকে ধৰি খাদ্য সামগ্ৰীৰ দৰ বৃদ্ধি পোৱা দেখা গৈছে।

এনে পৰিপ্ৰেক্ষিতত কেন্দ্ৰই অত্যাৱশ্যকীয় সামগ্ৰীৰ কৃত্ৰিম নাটনি সৃষ্টি কৰি মূল্য বৃদ্ধিৰ জৰিয়তে ৰাজ্যখনৰ জনসাধাৰণৰ ওপৰত মাধমাৰ সোধোৱাৰ কৌশল ৰচনা কৰিছে।

কেন্দ্ৰই সেয়েহে উত্তৰ-পূব সীমান্ত ৰেইলৱেৰ জৰিয়তে সামগ্ৰী কঢ়িওৱা ৰেইলৰ চলাচলত বাধা দি অসম তথা উত্তৰ-পূবৰ জনসাধাৰণৰ ওপৰত চাপৰ সৃষ্টি কৰিব বিচাৰিছে।

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd