• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নাই হাস্পতাল, নিম গছৰ তলৰ গোহালিতে কোভিড কেয়াৰ চেণ্টাৰ পাতিলে গঞাই, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 17, 2021 7:49 pm
index.jpgk
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত সংহাৰী ৰূপ ধাৰণ কৰিছে কোভিডৰ দ্বিতীয়তো ঢৌৱে। প্ৰতি দিনে দেশত লাখ লাখ লোক কোভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে চিকিৎসালয়ত বিচনা আৰু অক্সিজেনৰ অভাৱত হাজাৰ হাজাৰ কোভিড ৰোগীৰ মৃত্যু হৈছে।

এনে এক কোভিড পৰিস্থিতিৰ মাজতে এখন গাঁৱৰ গঞাই গছৰ তলৰ গৰু গোহালিত অস্থায়ী কোভিড চেণ্টাৰ স্থাপন কৰাৰ বাতৰি আহিছে।

Apply Now

দেশৰ ৰাজধানীৰ পৰা মাত্ৰ ৯০ মিনিট দূৰত্বৰ উত্তৰ প্ৰদেশৰ মেউলা গোপালগড়ৰ অঞ্চলত চিকিৎসালয় আৰু বিচনাৰ অভাৱৰ বাবেই স্থানীয় লোকে কোভিড কেয়াৰ চেণ্টাৰ নিৰ্মাণ কৰিবলৈ বাধ্য হৈছে।

মুকলি আকাশৰ তলতে স্থাপন কৰা উক্ত কোভিড চেণ্টাৰত গ্ল’কজসহ অন্যান্য ঔষধ পাতি যোগান ধৰা হৈছে।

স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি নিম গছৰ তলত তেওঁলোকে এই চেণ্টাৰ প্ৰতিষ্ঠা কৰাৰ মূলতে হ’ল নিম গছৰ তলত অক্সিজেন পৰিমাণ অধিক পোৱা যায়।

“যেতিয়া মানুহে উশাহ লওঁতে কষ্ট অনুভৱ কৰে, তেতিয়াই তেওঁলোকে নিম গছ জোপাৰ তললৈ আহি অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰি লয়।” ৭৪ বছৰীয়া সঞ্জয় সিং নামৰ লোকজনে কয়।

স্মৰ্তব্য যে সঞ্জয় সিঙৰ পিতৃৰ দুদিনৰ পূৰ্বে মৃত্যু হৈছে। তেওঁৰ পিতৃয়ে জ্বৰত ভুগিছিল আৰু উক্ত গছ জোপাৰ তলত কেবাদিনো অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰাৰ পিছতে দুদিনৰ পূৰ্বে মৃত্যু ঘটে। সিঙৰ মতে তেওঁৰ পিতৃক কোভিড টেষ্ট কৰা হোৱা নাছিল।

বৃহত্তৰ গাঁওখনত কোভিড টেষ্টৰ কোনো ব্যৱস্থাও কৰা হোৱা নাই বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে। গাঁওখনত চিকৎসাৰ কোনো সুবিধা নথকাৰ বাবেই গঞাই গছৰ তলত কোভিড চেন্টাৰ স্থাপন কৰিবলৈ বাধ্য হোৱা বুলি দাবী কৰি স্থানীয় লোকে মানুহৰ মৃত্যু ঘটিলেও তেওঁলোকক চাবলৈ কোনো মানুহে নাই বুলি মন্তব্য কৰিছে।

এই ছবিখনে যোগী আদিত্যনাথৰ শাসিত ৰাজ্য উত্তৰ প্ৰদেশত কোভিড টেষ্ট আৰু চিকিৎসাই যে সাধাৰণ লোকক স্পৰ্শ কৰা নাই সেই কথাকে প্ৰতীয়মান কৰিছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশিষ্ট কবি, সাহিত্যিক, অনুবাদক আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি, সাহিত্যিক, অনুবাদক আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026 9:50 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 20, 2026 8:44 am
ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

September 20, 2026 8:14 am
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

September 20, 2026 7:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশিষ্ট কবি, সাহিত্যিক, অনুবাদক আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি, সাহিত্যিক, অনুবাদক আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026 9:50 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 20, 2026 8:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd