• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পত্নী ব্যভিচাৰী হ’লে বিবাহ বিচ্ছেদৰ পিছত স্বামীয়ে দিব নালাগিব ভৰণপোষণ : উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 5, 2022 7:25 pm
law
152
VIEWS
Share on FacebookShare on Twitter

বিবাহ বিচ্ছেদ সন্দৰ্ভত আজি পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে এক অতি গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। ৰায় দিয়ে। পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নিধি গুপ্তা আৰু ন্যায়াধীশ ৰিতু বহৰিৰ খণ্ড বিচাৰপীঠে এগৰাকী মহিলাৰ এক বিশেষ আবেদন খাৰিজ কৰি এইবুলি কয় যে বিবাহ বিচ্ছেদৰ পিছত স্বামীয়ে তেওঁৰ ব্যভিচাৰী আৰু নিষ্ঠুৰ প্ৰকৃতিৰ পত্নীক ভৰণপোষণ নিদিলেও হ’ব।

আদালতে বিবাহ বিচ্ছেদৰ পিছত ভৰণপোষণৰ বাবে পত্নীয়ে কৰা আবেদন নাকচ কৰে। উল্লেখ্য মহিলাগৰাকীয়ে স্বামী থকাৰ পিছতো আন পুৰুষৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰাৰ আৰু ইয়াৰ প্ৰতিবাদ কৰাত সম্বামীৰ প্ৰতি অমানৱীয় আচৰণ কৰাৰ অভিযোগ আছিল। মহিলাগৰাকীক লোকজনে ১৯৮৯ চনতবিয়া কৰোৱাইছিল যদিও তেওঁলোকৰ কেইবছৰমানৰ পিছতে পাৰিবাৰিক আদালতত বিচ্ছেদ হৈছিল। ইয়াৰ পিছত মহিলাগৰাকীয়ে স্বামীৰ পৰা ভৰণপোষণৰ খৰচ বিচাৰি পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল। স্বামীয়ে পত্নীৰ ব্যভিচাৰৰ কথা প্ৰমাণসহকাৰে আদালতত দাখিল কৰে।

স্বামীয়ে আদালতক জনায় কয় তেওঁৰ পত্নীয়ে আন লোক এজনৰ সৈতে অবৈধ শাৰীৰিক সম্পৰ্ক গঢ়ি তুলিছিল। মানুহজনে তেওঁ কৰা সকলো অভিযোগৰ সমৰ্থনত আদালতত প্ৰমাণ দাখিল কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতে পাৰিবাৰিক আদালতত তেওঁলোকৰ বিবাহ বিচ্ছেদ সম্পূৰ্ণ হয়।বিবাহ বিচ্ছেদৰ পিছত মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ পৰা স্থায়ী ভৰণপোষণ বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। অৱশ্যে উচ্চ ন্যায়ালয়ে তেওঁৰ আবেদন নাকচ কৰে। মহিলাগৰাকী বিবাহ বিচ্ছেদৰ আগতে আৰু পিছত আন এজন পুৰুষৰ সৈতে সম্পৰ্কত লিপ্ত আছিল বাবেই তেওঁ স্বামীৰ পৰা ভৰণপোষণৰ খৰচ পাব নোৱাৰে বুলি কয়।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd