• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিপদজনক! গোৱালপাৰাৰ দুখন গাঁৱৰ মাজত ২৯ বছৰ ধৰি নাই কোনো ৰেইলৱে ক্ৰছিং

ছফিকুল আহমেদ by ছফিকুল আহমেদ
December 2, 2019 12:33 pm
IMG-20191201-WA0009-1140x570

ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোৱাৰপাৰাৰ দুখন গাঁৱৰ বাসিন্দাই প্ৰতিদিনে ৰেইলৱে ক্ৰছিঙৰ শংকা বুকুত লৈ পথ অতিক্ৰম কৰি আহিছে।

জিলাখনৰ বালিজানা ৰাজহ চক্ৰৰ অন্তৰ্গত বৰ মাকৰি আৰু খাৰবোজা নামৰ দুখন জনজাতীয় গাঁৱৰ লোকে বিগত ২৯ বছৰ ধৰি এটা ৰেইলৱে লেভেল ক্ৰছিঙৰ অভাৱত ভুগি আছে।

Apply Now

দুয়োখন গাঁৱৰ বাসিন্দাই প্ৰতিদিনে তেওঁলোকৰ দৈনন্দিন কামৰ বাবে অহা যোৱা কৰোতে উন্মুক্ত ৰেইলৱে ক্ৰছিঙটো পাৰ হ’বলৈ বাধ্য হয়।

এইক্ষেত্ৰত আটাইতকৈ বোয়াকৈ ভুগিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীসকল।

তেওঁলোকে প্ৰতিদিনে ৰেইলৱে ক্ৰছিঙটো পাৰ হৈ খাৰবোজা এল পি স্কুল আৰু মাকৰি এল পি তথা এম ই স্কুললৈ অহা যোৱা কৰে।

‘’১৯৯০ চনত ৰেইল লাইনটো প্ৰতিষ্ঠা হোৱাৰ সময়ৰে পৰা আমি এটা ক্ৰছিঙৰ বাবে দাবী কৰি আহিছো,’’- এগৰাকী জ্যেষ্ঠ স্থানীয় ব্যক্তি অৰ্জুন ৰাভাই অভিযোগ কৰে।

‘’আমি ইতিমধ্যে পাঁচজন যুৱ ব্যক্তি আৰু দুজন ছাত্ৰক হেৰুৱাইছো,’’-তেওঁ কয়।

‘’কিন্তু ৰেইলৱে কৰ্তৃপক্ষই আমাৰ দাবী প্ৰতি কোনা গুৰুত্ব দিয়া নাই,’’-তেওঁ লগতে কয়।

‘’যোৱা ১১ নৱেম্বৰত আমি জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন স্মাৰক পত্ৰ দিছো। অৱশ্যে, আমাৰ দাবীৰ কি হ’ব সেই বিষয়ে একো নাজানো,’’- এগৰাকী মাতৃ সেউতী ৰাভাই লগতে জানিবলৈ দিয়ে।

বৰ মাকৰি গাঁৱত ২২টা পৰিয়াল আৰু খাৰবোজাত ২০টা পৰিয়াল বাস কৰি আছো।

ইয়াৰ মাজতে নৰ্থইষ্ট নাওৱে উত্তৰ-পূব সীমান্ত ৰেইলৱেৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰাত নাম প্ৰকাশত অনিচ্ছুক এগৰাকী বিষয়াই জানিবলৈ দিয়ে যে “তেওঁলোকৰ দাবী নিতান্তই উপযুক্ত দাবী।‘

‘’কিন্তু ইয়াৰ বাবে জিলা উপায়ুক্তই মাণ্ডলিক ৰেইলৱে প্ৰৱন্ধকলৈ লিখিব লাগিব,’’-ৰেইলৱেৰ বিষয়াগৰাকীয়ে লগতে কয়।

‘’প্ৰৱন্ধকগৰাকীয়ে পৰিদৰ্শনৰ বাবে এটা দল প্ৰেৰণ কৰিব আৰু প্ৰতিবেদনৰ যথাৰ্থতাৰ ওপৰত ভিত্তি কৰি এটা ক্ৰছিঙৰ অনুমোদন দিব পাৰে,’’-বিষয়াগৰাকীয়ে কয়।

‘’কিন্তু স্থানটোলৈ লক্ষ্য কৰি এটা লেভেল ক্ৰছিং নহয় কিন্তু এটা ভূতলীয় সুৰংগ পথ আগবঢ়াব পাৰে,’’- বিষয়াগৰাকীয়ে লগতে ব্যক্ত কৰে।

ইপিনে গাঁৱবাসীয়ে অপেক্ষাৰ বাবে সাজু নহয়।

‘’বিভাগটোৱে যদি কাৰো প্ৰাণ যোৱাটো নিবিচাৰে, তেওঁলোকে তাৎক্ষণিকভাৱে এটা পাৰ হোৱাৰ পথ নিৰ্মাণ কৰা উচিত,’’-আন এগৰাকী স্থানীয় লোকে কয়।

ছফিকুল আহমেদ

ছফিকুল আহমেদ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd