• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিক লৈ শংকিত নহ’ব; মোদীৰ সৈতে আলোচনা কৰক : বাংলাদেশৰ প্ৰধান মন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
October 4, 2019 3:40 pm
Sheikh-Hasina

শ্বেইখ হাছিনা

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত সম্পন্ন হোৱা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ ফলত দেশত কোনোধৰণৰ সমস্যাৰ সৃষ্টি হোৱা নাই বুলি দিয়া আশ্বাসত বৃহস্পতিবাৰে সন্তুষ্টি প্ৰকাশ কৰে বাংলাদেশৰ প্রধান মন্ত্ৰী শ্বেইখ হাছিনাই।

বাংলাদেশী ৰাষ্ট্ৰদূত ছৈয়দ মুছামিন আলিয়ে অনুষ্ঠিত কৰা এন আৰ চি সম্পৰ্কীয় এক অনুষ্ঠানত অংশগ্ৰহণ কৰি হাছিনাই এন আৰ চি প্ৰক্ৰিয়াত কোনোধৰণৰ অসুবিধা হোৱা নাই বুলি উল্লেখ কৰি এই সম্পৰ্কত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এন আৰ চিৰ বিষয়ত বাৰ্তালাপ কৰিছে বুলিও কয়।

Apply Now

‘‘মই কোনো অসুবিধা দেখা নায়। মই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কথা পাতিছো। সকলোবোৰ থিকে আছে,’’ হাছিনাই কয়।

উল্লেখযোগ্য যে, বিশ্ব বাণিজ্য মঞ্চৰ অৰ্থনৈতিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে বৰ্তমান বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনা ভাৰতত উপস্থিত আছে আৰু শনিবাৰে তেওঁ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ কথা।

মোদীৰ আমেৰিকা ভ্ৰমণৰ সময়ত নিউয়ৰ্কত মোদীয়ে হাছিনাক এন আৰ চিয়ে ভাৰত আৰু বাংলাদেশৰ সুসম্পৰ্ক বিঘ্নিত কৰিব নোৱাৰে বুলি দিয়া আশ্বাসৰ পাছতে হাছিনাই এন আৰ চি সম্পৰ্কত যোগাত্মক মন্তব্য আগবঢ়াইছে।

নিউয়ৰ্কত হাছিনাই মোদীক সাক্ষাৎ কৰা কালত বাংলাদেশৰ বাবে এন আৰ চি এটা স্পৰ্শকাতৰ বিষয় হিচাপে অভিহিত কৰিছিল।

আনহাতে, বিশ্ব বাণিজ্য মঞ্চৰ অর্থনৈতিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি হাছিনাই ২০৩০ চনৰ ভিতৰত বাংলাদেশ বিশ্বৰ ২৬ সংখ্যক বৃহৎ অৰ্থনৈতিক শক্তিত পৰিণত হ’ব বুলি মন্তব্য কৰে।

বাংলাদেশৰ নিজৰ ১৬২ মিলিয়ন জনসাধাৰণৰ উপৰিও দেশখনে প্ৰায় ৩ বিলিয়ন লোকৰ অৰ্থনৈতিক বজাৰৰ সৈতে সংযোগ ৰক্ষা কৰি আহিছে বুলি হাছিনাই কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তি খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ নেকি? বিশ্বজুৰি ৬০ হাজাৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰৰ প্ৰস্তাৱ মাইক্ৰ’ছফ্টৰ

প্ৰযুক্তি খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ নেকি? বিশ্বজুৰি ৬০ হাজাৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰৰ প্ৰস্তাৱ মাইক্ৰ’ছফ্টৰ

October 28, 2026 1:05 pm
ইণ্টাৰনেট জগতলৈ বৃহৎ ভাবুকি! পিএইচপিৰ সুৰক্ষা ত্ৰুটিৰ বাবে হেকিঙৰ আশংকাত বিশ্বৰ ৭০ শতাংশ ৱেবছাইট

ইণ্টাৰনেট জগতলৈ বৃহৎ ভাবুকি! পিএইচপিৰ সুৰক্ষা ত্ৰুটিৰ বাবে হেকিঙৰ আশংকাত বিশ্বৰ ৭০ শতাংশ ৱেবছাইট

October 28, 2026 11:36 am
অন্ধ্ৰৰ উপকূলত প্ৰচণ্ড ৰূপত ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’!  বাতিল শতাধিক ৰে’ল, ব্যাহত বিমান সেৱা

অন্ধ্ৰৰ উপকূলত প্ৰচণ্ড ৰূপত ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’! বাতিল শতাধিক ৰে’ল, ব্যাহত বিমান সেৱা

October 28, 2026 9:25 am
জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ! গৰমৰ ফলত ৮ বছৰত বিশ্বজুৰি প্ৰায় ৩০ লাখ লোকৰ অকাল মৃত্যু

জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ! গৰমৰ ফলত ৮ বছৰত বিশ্বজুৰি প্ৰায় ৩০ লাখ লোকৰ অকাল মৃত্যু

October 28, 2026 8:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তি খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ নেকি? বিশ্বজুৰি ৬০ হাজাৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰৰ প্ৰস্তাৱ মাইক্ৰ’ছফ্টৰ

প্ৰযুক্তি খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ নেকি? বিশ্বজুৰি ৬০ হাজাৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰৰ প্ৰস্তাৱ মাইক্ৰ’ছফ্টৰ

October 28, 2026 1:05 pm
ইণ্টাৰনেট জগতলৈ বৃহৎ ভাবুকি! পিএইচপিৰ সুৰক্ষা ত্ৰুটিৰ বাবে হেকিঙৰ আশংকাত বিশ্বৰ ৭০ শতাংশ ৱেবছাইট

ইণ্টাৰনেট জগতলৈ বৃহৎ ভাবুকি! পিএইচপিৰ সুৰক্ষা ত্ৰুটিৰ বাবে হেকিঙৰ আশংকাত বিশ্বৰ ৭০ শতাংশ ৱেবছাইট

October 28, 2026 11:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd