• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক্ৰৱেছিয়াত বিমানৰ ভিতৰতে আবদ্ধ কৰি ৰখা হ’ল চাৰি ভাৰতীয় পাইলট-এয়াৰ হোষ্টেছক, কিন্তু কিয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 15, 2021 7:27 pm
spiceje
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰৱেছিয়াত বিমানৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হ’ল ভাৰতৰ পৰা বিমান উৰুৱাই যোৱা চাৰি গৰাকীকৈ পাইলটকে ধৰি আন কেইবাগৰাকীও বিমান কৰ্মীয়ে।

ভাৰতৰ ৰাজধানী নতুন দিল্লীৰ পৰা ক্ৰৱেছিয়াৰ ৰাজধানী জাগ্ৰেবলৈ স্পাইছজেটৰ ব’য়িং ৭৩৭ বিমান খন চলাই নিছিল চাৰিজন পাইলটে।

Apply Now

কিন্তু জাগ্ৰেবত অৱতৰণ কৰাৰ পিছতে এক অনাহুত পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয় ভাৰতীয় পাইলট  আৰু বিমান কৰ্মীকেইগৰাকীয়ে।

vk12

জাগ্ৰেব পোৱাৰ পিছতে বিমান বন্দৰটোৰ কৰ্তৃপক্ষই ভাৰতীয় পাইলট কেইগৰাকীৰ পৰা কোভিডৰ RT-PCR  পৰীক্ষাৰ ৰিপ’ৰ্ট চাবলৈ বিচাৰে।

কিন্তু ভাৰতীয় পাইলট কেইগৰাকীয়ে কোভিডৰ RT-PCR  পৰীক্ষাৰ ৰিপ’ৰ্ট দেখুৱাবলৈ সক্ষম নহ’ল।

কাৰণ তেওঁলোকে ক্ৰৱেছিয়ালৈ উৰা মৰাৰ পূৰ্বে কোভিডৰ RT-PCR  পৰীক্ষাৰ কৰোৱাই নাছিল।

কোভিডৰ RT-PCR  পৰীক্ষাৰ ৰিপ’ৰ্ট নথকাৰ বাবেই ভাৰতীয় পাইলয় কেইগৰাকীয়ে ২১ ঘণ্টা ধৰি বিমানৰ ভিতৰতে পাৰ কৰিবলগীয়া হয়।

তেওঁলোকক কোনো কাৰণতে বিমানৰ পৰা নামি আহিবলৈ দিয়া নহ’ল।

ঘটনাটোত অত্যন্ত দুখ প্ৰকাশ কৰি স্পাইছজেট কৰ্তৃপক্ষই কৈছে যে ক্ৰৱেছিয়াৰ অসামৰিক বিমান পৰিবহন দপ্তৰে ভাৰতীয় পাইলট কেইগৰাকীয়ে কোভিডৰ RT-PCR  পৰীক্ষা নকৰোৱাকৈয়ে দেশ খনত প্ৰৱেশ কৰিব পাৰিব বুলি ই-মেইল যোগে জনাইছিল যদিও পিছত সেই সিদ্ধান্ত প্ৰত্যাহাৰ কৰে।

সেইবাবেই ভাৰতীয় পাইলট কেইগৰাকীয়ে ২১ ঘণ্টা ধৰি বিমানতে আবদ্ধ হৈ থাকিবলগীয়া হয়।এই সময়ছোৱাত অৱশ্যে জাগ্ৰেব বিমান বন্দৰ কৰ্তৃপক্ষই পাইলট কেইগৰাকীক খাদ্য আৰু পানীৰ যোগান ধৰে।

উল্লেখ্য ভাৰতত শেহতীয়াকৈ ক’ৰ’নাই সংহাৰী ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিততে ক্ৰৱেছিয়াৰ চৰকাৰে ভাৰতৰ পৰা যোৱা সকলো পাইলট আৰু বিমান কৰ্মীৰে কোভিডৰ RT-PCR  পৰীক্ষাৰ ৰিপ’ৰ্ট বাধ্যতামূলক কৰিছে।

২১ ঘণ্টা ধৰি বিমানৰ ভিতৰতে আবদ্ধ হৈ থকাৰ পিছত ভাৰতীয় পাইলট চাৰিজনে কোনো যাত্ৰী নোহোৱাকৈয়ে পুনৰ দিল্লীলৈ বিমানখন উৰুৱাই আনে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

September 20, 2026 7:36 pm
মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd