• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰত এপ্ৰিলৰ পৰা জুলাই মাহলৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহক মাচুল সংগ্ৰহ নকৰিবলৈ নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 23, 2020 3:42 pm
মণিপুৰৰ শিক্ষা মন্ত্ৰী

মণিপুৰৰ শিক্ষা মন্ত্ৰী

2.9k
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ শিক্ষা মন্ত্ৰী ড০ টি এইছ ৰাধেশ্যামে ৰাজ্যখনৰ বিদ্যালয় সমূহক এপ্ৰিলৰ পৰা জুলাই মাহলৈ মাচুল সংগ্ৰহ নকৰিবলৈ আহ্বান জনাইছে।

যদিহে বিদ্যালয় সমূহে এপ্ৰিলৰ পৰা জুলাই মাহলৈ মাচুল সংগ্ৰহ কৰিছে তেন্তে বছৰৰ বাকী সময়ছোৱাৰ ভিতৰত তিনিমাহ মাচুল সংগ্ৰহ নকৰিবলৈ আহ্বান জনায় শিক্ষা মন্ত্ৰী গৰাকীয়ে।

ৰাধেশ্যামে বিদ্যালয় সমূহক নামভৰ্তি মাচুলকে ধৰি ২০২০ চনৰ মাৰ্চ মাহলৈ কোনো ধৰণৰ মাচুলৰ ক্ষেত্ৰত বৃদ্ধি নকৰাকৈ মাচুল সমূহ সংগ্ৰহ কৰাৰ বাবে অনুমতি দিছে।

সোমবাৰে ৰাজধানী ইম্ফলত এখন সংবাদমেল সম্বোধন কৰি এই নিৰ্দেশ দিয়ে মণিপুৰৰ শিক্ষা মন্ত্ৰী গৰাকীয়ে।

শিক্ষা মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ শিক্ষা বিভাগে ইতিমধ্যে ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ মাচুল সংগ্ৰহ, শিক্ষক-শিক্ষয়ত্ৰীৰ দৰমহা আদিৰ ক্ষেত্ৰত এক নিৰ্দেশনা প্ৰকাশ কৰিছে বুলিও জানিবলৈ দিয়ে।

শিক্ষামন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ ব্যাক্তিগত খণ্ডৰ বিদ্যালয় সমূহক এপ্ৰিল মাহৰ পৰা জুলাই মাহলৈ শিক্ষক-শিক্ষয়ত্ৰী সকলক দৰমহা আদায় দিয়াৰ বাবেও নিৰ্দেশ দিয়ে।

ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ শিক্ষক-শিক্ষয়ত্ৰী আৰু কৰ্মচাৰী সকলৰ দৰমহা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অনুপাতে প্ৰদান কৰাৰ বাবে নিৰ্দেশনাত উল্লেখ আছে বুলিও সংবাদমেলত ৰাধেশ্যামে কয়।

শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি যিবোৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী ২০০ কৈ কম আছে সেই সমূহ বিদ্যালয়ত শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী সকলক ৫০ শতাংশ দৰমহা আদায় দিয়াৰ বাবে নিৰ্দেশ দিয়া হৈছে।

আনহাতে, যিসকল বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী ৭০০ কৈ অধিক আছে সেই সমূহ বিদ্যালয়ে সম্পূৰ্ণ দৰমহা আদায় দিব লাগিব।

Recent News

কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত আইআইটি গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱাল

কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত আইআইটি গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱাল

ঝাৰখণ্ডত অবৈধ কয়লা খনিত অঘটন! এজন শ্ৰমিকৰ মৃত্যু, বহু লোক আৱদ্ধ হোৱাৰ আশংকা

ঝাৰখণ্ডত অবৈধ কয়লা খনিত অঘটন! এজন শ্ৰমিকৰ মৃত্যু, বহু লোক আৱদ্ধ হোৱাৰ আশংকা

ৰাইজক ক্ষমা বিচাৰিলে অভিনেতা বিজয় সেতুপথীয়ে! কিন্তু কিয়?

ৰাইজক ক্ষমা বিচাৰিলে অভিনেতা বিজয় সেতুপথীয়ে! কিন্তু কিয়?

ষষ্ঠ অনুসূচীৰ এলেকাৰ পৰা ক্ষমতা কাঢ়ি লৈছে হিমন্ত বিশ্বই : ডিফুত সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্য

ষষ্ঠ অনুসূচীৰ এলেকাৰ পৰা ক্ষমতা কাঢ়ি লৈছে হিমন্ত বিশ্বই : ডিফুত সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd