• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মণিপুৰত এপ্ৰিলৰ পৰা জুলাই মাহলৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহক মাচুল সংগ্ৰহ নকৰিবলৈ নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 23, 2020 3:42 pm
মণিপুৰৰ শিক্ষা মন্ত্ৰী

মণিপুৰৰ শিক্ষা মন্ত্ৰী

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ শিক্ষা মন্ত্ৰী ড০ টি এইছ ৰাধেশ্যামে ৰাজ্যখনৰ বিদ্যালয় সমূহক এপ্ৰিলৰ পৰা জুলাই মাহলৈ মাচুল সংগ্ৰহ নকৰিবলৈ আহ্বান জনাইছে।

যদিহে বিদ্যালয় সমূহে এপ্ৰিলৰ পৰা জুলাই মাহলৈ মাচুল সংগ্ৰহ কৰিছে তেন্তে বছৰৰ বাকী সময়ছোৱাৰ ভিতৰত তিনিমাহ মাচুল সংগ্ৰহ নকৰিবলৈ আহ্বান জনায় শিক্ষা মন্ত্ৰী গৰাকীয়ে।

Apply Now

ৰাধেশ্যামে বিদ্যালয় সমূহক নামভৰ্তি মাচুলকে ধৰি ২০২০ চনৰ মাৰ্চ মাহলৈ কোনো ধৰণৰ মাচুলৰ ক্ষেত্ৰত বৃদ্ধি নকৰাকৈ মাচুল সমূহ সংগ্ৰহ কৰাৰ বাবে অনুমতি দিছে।

সোমবাৰে ৰাজধানী ইম্ফলত এখন সংবাদমেল সম্বোধন কৰি এই নিৰ্দেশ দিয়ে মণিপুৰৰ শিক্ষা মন্ত্ৰী গৰাকীয়ে।

শিক্ষা মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ শিক্ষা বিভাগে ইতিমধ্যে ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ মাচুল সংগ্ৰহ, শিক্ষক-শিক্ষয়ত্ৰীৰ দৰমহা আদিৰ ক্ষেত্ৰত এক নিৰ্দেশনা প্ৰকাশ কৰিছে বুলিও জানিবলৈ দিয়ে।

শিক্ষামন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ ব্যাক্তিগত খণ্ডৰ বিদ্যালয় সমূহক এপ্ৰিল মাহৰ পৰা জুলাই মাহলৈ শিক্ষক-শিক্ষয়ত্ৰী সকলক দৰমহা আদায় দিয়াৰ বাবেও নিৰ্দেশ দিয়ে।

ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ শিক্ষক-শিক্ষয়ত্ৰী আৰু কৰ্মচাৰী সকলৰ দৰমহা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অনুপাতে প্ৰদান কৰাৰ বাবে নিৰ্দেশনাত উল্লেখ আছে বুলিও সংবাদমেলত ৰাধেশ্যামে কয়।

শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি যিবোৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী ২০০ কৈ কম আছে সেই সমূহ বিদ্যালয়ত শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী সকলক ৫০ শতাংশ দৰমহা আদায় দিয়াৰ বাবে নিৰ্দেশ দিয়া হৈছে।

আনহাতে, যিসকল বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী ৭০০ কৈ অধিক আছে সেই সমূহ বিদ্যালয়ে সম্পূৰ্ণ দৰমহা আদায় দিব লাগিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd