• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঋষিয়ে বিয়পাৱ ৰোগ! সৰযূৰ পাৰত অৰ্থহীন সামাজিক দূৰত্ব,মাস্কৰ ধাৰণা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 5, 2020 2:22 pm

1 min read

Sadhus
350
VIEWS
Share on FacebookShare on Twitter

৫০০ বছৰৰ অপেক্ষাৰ অন্তত ৰাম মন্দিৰৰ শিলান্যাস হ’ব।

সেয়ে স্বাভাবিকতে উৎফুল্লিত সকলো।

আৱেগৰ বন্যাত উটি যোৱা ঋষি-মুনি সকলে সেয়ে পাহৰি গৈছে মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ কথা।  অযোধ্যাৰ সৰযূ নদীৰ পাৰত এতিয়া হাজাৰ হাজাৰ সাধুৰ ভিৰ।

ৰামৰ নামত ওলাই অহা সাধু সকলে মানি চলা নাই সামাজিক দূৰত্ব।

কাৰো মুখত নাই কোনো মুখা।

সৰযূ নদীৰ পাৰত সমৱেত হোৱা সাধু সকলৰ এটাই মতঃক’ৰ’ণা পৰা শ্ৰীৰামচন্দ্ৰই বচাব তেওঁলোকক। সেয়ে মাস্ক পিন্ধাৰ প্ৰয়োজনেই বা ক’ত?

সামাজিক দূৰত্বৰ কথাটো দলিয়াই পেলাই সাধু সকলে গাতে গা ঘঁহাই স্নান কৰিছে,ৰামৰ নাম জপ কৰিছে।

ভূমি পূজনৰ দিনা অযোধ্যাত সামাজিক দূৰত্বৰ বিষয়টো অৰ্থহীন হৈ পৰিব বুলি বিভিন্ন জনে পূৰ্বৰে পৰা আশংকা ব্যক্ত কৰি আহিছিল ।

আজি সৰযূ নদীৰ পাৰত সেই আশংকাই সঁচাত পৰিণত হ’ল।

সংবাদ মাধ্যমৰ লোক সকলৰ সীমা সৰযূ নদীয়েই।

সৰযূৰ পৰা আৰু আগুৱাই যাব নোৱাৰে কোনো সাংবাদিকে।

দেশ-বিদেশৰ বহু সাংবাদিক সমৱেত হৈছে সৰযূৰ পাৰত। সাধু সকলে সামাজিক দূৰত্বৰ বিষয়টো অৱজ্ঞা কৰাৰ বাবেই এতিয়া সাধুৰ পৰাই বহতৰে দেহলৈ ক’ৰ’ণা সংক্ৰমিত হোৱাৰ আশংকাই দেখা দিছে।

Recent News

FB_IMG_1611046341596(2)

অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ নামত এচামে আমাৰ জাতিটোক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: দিপাংক নাথ

WhatsApp Image 2021-01-19 at 1.48.31 PM

ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ ৩৩বছৰৰ আধিপত্য উফৰিল; ইতিহাস ৰচি বিজয় সাৱ্যস্ত টীম ইণ্ডিয়াৰ

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd