• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

নাই যোনি পথ, জৰায়ুত গোট বান্ধিছিল মাহেকীয়াৰ ৰক্তস্ৰাৱে : ৰবটিক অস্ত্ৰোপচাৰেৰে নতুন জীৱন লাভ কৰিলে ২১ বছৰীয়া যুৱতীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:45 am
70
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিকিৎসাবিজ্ঞানৰ জগতত এক বিৰল আৰু বিস্ময়কৰ সফলতাৰ খবৰ পোহৰলৈ আহিছে। এদল অভিজ্ঞ চিকিৎসকে অত্যাধুনিক ৰবটিক ছাৰ্জাৰীৰ সহায়ত এগৰাকী ২১ বছৰীয়া বিশেষভাৱে সক্ষম যুৱতীক এক জটিল শাৰীৰিক সমস্যাৰ পৰা মুক্তি দি নতুন জীৱন প্ৰদান কৰিছে। ভ্যাজাইনাল এজেনাচিচ নামৰ এক বিৰল জন্মগত ত্ৰুটিৰ চিকাৰ হৈছিল এই যুৱতীগৰাকী। এই সমস্যাৰ বাবে তেওঁৰ শৰীৰত স্বাভাৱিক যোনিপথ নাছিল। পৰিসংখ্যা অনুসৰি প্ৰতি পাঁচৰ পৰা সাত হাজাৰ কিশোৰীৰ ভিতৰত মাত্ৰ এগৰাকীৰ ক্ষেত্ৰত এনে ধৰণৰ সমস্যা দেখা পোৱা যায়। এই যুৱতীগৰাকীৰ ক্ষেত্ৰত সমস্যাটো অধিক জটিল আছিল কাৰণ তেওঁৰ শৰীৰত আন কিছুমান অংগৰ বিকৃতিও আছিল।

যোৱা দুবছৰ ধৰি যুৱতীগৰাকীয়ে অসহ্যকৰ পেটৰ বিষ আৰু পেলভিক যন্ত্ৰণাত ভুগি আছিল। প্ৰতি মাহে ঋতুস্ৰাৱৰ তেজ বাহিৰলৈ ওলাই যোৱাৰ কোনো পথ নথকা বাবে সেই তেজ জরায়ুতে জমা হৈ আছিল। ইয়াৰ ফলত যন্ত্ৰণাৰ মাত্ৰা ক্ৰমান্বয়ে বাঢ়ি গৈছিল। নিজৰ চহৰৰ কেইবাখনো আগশাৰীৰ চিকিৎসালয়লৈ যোৱাৰ পিছতো তেওঁ কোনো সঠিক সমাধান পোৱা নাছিল। বেছিভাগ চিকিৎসকেই তেওঁক জরায়ু কাটি পেলাই দিয়াৰ পৰামৰ্শ দিছিল। কিন্তু জরায়ু আঁতৰাই দিলে যুৱতীগৰাকীয়ে ভৱিষ্যতে মাতৃ হোৱাৰ সম্ভাৱনা চিৰদিনৰ বাবে হেৰুৱাই পেলালেহেঁতেন। সকলো আশা এৰি দিয়াৰ পৰত পৰিয়ালটোৱে বিশেষজ্ঞ চিকিৎসকৰ এটা দলৰ কাষ চাপে।

Apply Now

বিশেষজ্ঞ চিকিৎসসকলে যুৱতীগৰাকীৰ পেলভিচৰ এমআৰআই কৰি গম পায় যে কোনো পথ নথকাৰ বাবে ঋতুস্ৰাৱৰ তেজ জরায়ুৰ ভিতৰতে আবদ্ধ হৈ আছে। চিকিৎসাসকলৰ মতে এইয়া এক অত্যন্ত জটিল অস্ত্ৰোপচাৰ আছিল। সঠিক সময়ত চিকিৎসা নকৰিলে ইয়াৰ পৰা সংক্ৰমণ আৰু এণ্ডোমেট্ৰিঅ’চিচৰ দৰে ভয়াবহ ৰোগ হ’ব পাৰিলেহেঁতেন। ইয়াৰ ফলত তেওঁৰ ডিম্বাশয়ৰ ক্ষতি হোৱাৰ লগতে প্ৰজনন ক্ষমতাও নষ্ট হ’লহেঁতেন। এই প্ৰত্যাহ্বানজনক পৰিস্থিতিত চিকিৎসকে ৰবটৰ সহায়ত কৰা বিশেষ অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লয়।

এই অত্যাধুনিক ৰবটিক ছাৰ্জাৰীৰ জৰিয়তে অতি নিখুঁতভাৱে আৰু কম তেজক্ষয় হোৱাকৈ অস্ত্ৰোপচাৰটো সম্পন্ন কৰা হয়। ইয়াৰ ফলত সংক্ৰমণৰ সম্ভাৱনাও বহুখিনি কমি যায়। সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ মাত্ৰ তিনি দিনৰ পিছতে যুৱতীগৰাকী সুস্থ হৈ ঘৰলৈ উভতি যায়। বৰ্তমান তেওঁৰ ঋতুস্ৰাৱ প্ৰক্ৰিয়া স্বাভাৱিক হোৱাৰ লগতে তেওঁ ভৱিষ্যতে সন্তান জন্ম দিয়াৰ ক্ষমতাও লাভ কৰিছে। চিকিৎসাবিজ্ঞানৰ এই সফলতাই এক অসম্ভৱক সম্ভৱ কৰি তুলি যুৱতীগৰাকীৰ মুখত হাঁহি বিৰিঙাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

August 5, 2026 3:39 pm
ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

August 5, 2026 2:06 pm
গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল! উচ্চতম ন্যায়ালয়ৰ নতুন প্ৰকল্পৰ প্ৰস্তাৱ

গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল! উচ্চতম ন্যায়ালয়ৰ নতুন প্ৰকল্পৰ প্ৰস্তাৱ

August 5, 2026 1:21 pm
মোদীৰ ৰোষত মাৰ্ক জুকাৰবাৰ্গ: ক্ষমা নুখুজিলে বাতিল হ’ব পাৰে ফেচবুকৰ ‘ছেফ হাৰ্বাৰ’ সুৰক্ষা

মোদীৰ ৰোষত মাৰ্ক জুকাৰবাৰ্গ: ক্ষমা নুখুজিলে বাতিল হ’ব পাৰে ফেচবুকৰ ‘ছেফ হাৰ্বাৰ’ সুৰক্ষা

August 5, 2026 11:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

August 5, 2026 3:39 pm
ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

August 5, 2026 2:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd