DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যজুৰি আৰম্ভ হৈছে সদৌ অসম নাৰ্ছ সন্থাৰ অনিৰ্দ্দিষ্টকালীন কৰ্মবিৰতি

এন ই নাও নিউজ by এন ই নাও নিউজ
November 26, 2018 11:21 am
46646606_948002172257232_8193119071714148352_n

কোকৰাঝাৰত সদৌ অসম নাৰ্ছ সন্থাৰ কৰ্ম বিৰতি।

404
VIEWS
Share on FacebookShare on Twitter

আজি ৰাজ্যজুৰি সদৌ অসম নাৰ্ছ সন্থাৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি আৰম্ভ হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল, যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লগতে কোকৰাঝাৰতো নাৰ্ছসকলৰ কৰ্মবিৰতিৰ ফলত অচলাৱস্থাৰ সৃষ্টি হৈছে।

আনহাতে, দীৰ্ঘদিন ধৰি নাৰ্ছসকলৰ অভাৱ-অভিযোগসমূহৰ প্ৰতি চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে নাৰ্ছ সন্থাই। নাৰ্ছসকলৰ দৰমহা গাঁথনিত থকা বিসংগতি দূৰ কৰা, ষ্টাফ নাৰ্ছক সমহাৰত দৰমহা প্ৰদান কৰা, ষ্টাফ নাৰ্ছৰ চাকৰি বিধি প্ৰকাশ কৰা আদি দাবীত সদৌ অসম নাৰ্ছ সন্থাই এই কৰ্মবিৰতি পালন কৰিছে।

উল্লেখযোগ্য যে ৰাজ্যখনৰ স্বাস্থ্য কেন্দ্ৰসমূহত কৰ্মৰত ১২,০০০ এ এন এম আৰু এল এইচ এছ কৰ্মচাৰীৰ বিভিন্ন দাবী চৰকাৰে পূৰণ নকৰাৰ অভিযোগ তুলি সদৌ অসম এ এন এম আৰু এল এইচ এছ চাৰ্ভিছ সন্থায়ো ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিল।

ৰাজ্যখনৰ প্ৰধান হাস্পাতলসমূহত নাৰ্ছ সন্থাৰ এই কৰ্ম বিৰতিয়ে ব্যাপক প্ৰভাৱ পেলাইছে। বিশেষকৈ ৰোগীসকলৰ সেৱাত নিয়োজিত নাৰ্ছসকলৰ অসহযোগিতাই চিকিৎসা সেৱা লাভৰ ক্ষেত্ৰত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে।

Recent News

Bhima Koregaon Case

ভীমা কোৰেগাঁও গোচৰ: হাৰাশাস্তিৰ অভিযোগত কাৰাগাৰৰ ভিতৰতে অনশনত বহিল গোৰাখে

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহকৰ পৰা নেতা ৰকিবুল হুছেইনৰ পদত্যাগ! বাতৰি অস্বীকাৰ হুছেইনৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহকৰ পৰা নেতা ৰকিবুল হুছেইনৰ পদত্যাগ! বাতৰি অস্বীকাৰ হুছেইনৰ

কলিয়াবৰত নকল সোণৰ বেহা; ধৃত ৪ জন লোক

কলিয়াবৰত নকল সোণৰ বেহা; ধৃত ৪ জন লোক

জলসম্পদ বিভাগৰ কাণ্ড: বাঁহ গোজ পুতি ভয়াৱহ খহনীয়া ৰোধৰ চেষ্টা; নিমাত বিধায়ক অখিল গগৈ

জলসম্পদ বিভাগৰ কাণ্ড: বাঁহ গোজ পুতি ভয়াৱহ খহনীয়া ৰোধৰ চেষ্টা; নিমাত বিধায়ক অখিল গগৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd