• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘সাৱধান, প্ৰধান মন্ত্ৰীয়ে সকলোকে চাই আছে!’; কাক এনেদৰে সতৰ্ক কৰি দিলে নবেল বঁটা বিজয়ী অভিজিৎ বেনাৰ্জীয়ে?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 23, 2019 12:03 pm

2 min read

PM with Abhijit Benarjee

প্ৰধান মন্ত্ৰী মোদীৰ সৈতে অভিজিত বেনাৰ্জী, উৎস-ইণ্টাৰনেট

28.7k
VIEWS
Share on FacebookShare on Twitter

‘তেওঁ কিন্তু টিভি চাই আছে।তেওঁ আপোনালোককো দেখি আছে,’ মঙলবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ অন্তত এনেদৰে ভাৰতীয় সাংবাদিক সকলক সাৱধান কৰি দিয়ে নবেল বঁটা বিজয়ী অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জীয়ে।

‘‘প্ৰধান মন্ত্ৰীয়ে জানে আপোনালোকৰ চেষ্টা কি! সেইবাৰে ইয়াক বন্ধ কৰক।’’

এই চেষ্টা কি? অভজিতৰ উত্তৰ, ‘‘প্ৰধানমন্ত্ৰী মোদীয়ে বৈঠকৰ আৰম্ভণিতে ৰসিকতা কৰি সংবাদমাধ্যমে কিদৰে তেওঁৰ পৰা মোদী বিৰোধী ব্যক্তব্য উলিয়াবলৈ চেষ্টা কৰিছে সেয়া লক্ষ্য কৰিছে বুলি কয়।’’

উল্লেখযোগ্য যে, মঙলবাৰে নবেল বঁটা বিজয়ী অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জীয়ে সাত নম্বৰ লোক কল্যাণ মাৰ্গত থকা প্ৰধান মন্ত্ৰীৰ বাসভৱনত প্ৰধান মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয়।

বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা মুখামুখিত বেনাৰ্জীয়ে মোদীৰ সৈতে নীতি আয়োগ, স্বাস্থ্য বীমা যোজনা আদিৰ বিষয়ত আলোচনা কৰে বুলি জানিবলৈ দিয়ে।

অৰ্থনীতিবিদ গৰাকীয়ে প্ৰধান মন্ত্ৰীৰ ‘আয়ুষ্মান ভাৰত’ যোজনাৰো উচ্চ প্ৰশংসা কৰে।

বেনাৰ্জীয়ে চৰকাৰৰ কৰ্পোৰেট কৰ হ্ৰাস কৰাৰ সিদ্ধান্তক সমৰ্থন কৰা নাছিল কৰিছিল আৰু সাধাৰণ মানুহৰ হাতলৈ টকা আহিব লাগে বুলি মত প্ৰকাশ কৰিছিল। তেওঁ ভাৰতীয় অৰ্থনীতিৰ বৰ্তমানৰ অবস্থা চিন্তনীয় বুলিও উল্লেখ কৰিছিল।

বহু বিজেপি নেতাই নবেল জয়ী অভিজিত বেনাৰ্জীক বামপন্থী আখ্যা দিলেও প্ৰধান মন্ত্ৰী মোদীয়ে বেনাৰ্জীৰ সৈতে হোৱা বৈঠকৰ অন্তত এই বৈঠকক অসাধৰণ আখ্যা দিয়ে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd