• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তেজপুৰ লোকসভা সমষ্টিৰ দুজন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বাতিল

এন ই নাও নিউজ by এন ই নাও নিউজ
March 26, 2019 9:52 pm
Election Commission of India

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

681
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ দ্বিতীয় পৰ্য্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ সময় সোমবাৰে সামৰণি পৰে। আজি প্ৰাৰ্থী সকলৰ মনোনয়ন পত্ৰ নিৰ্বাচনী বিষয়াসকলৰ দ্বাৰা পুনৰীক্ষণ কৰা হয়। আনহাতে, তেজপুৰ লোকসভা সমষ্টিৰ দুজন প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰে নিৰ্বাচনী ৰিটাৰ্ণিং বিষয়াই।

মনোনয়ন বাতিল হোৱা প্ৰাৰ্থী দুজন হ’ল বহুজন মুক্তি পাৰ্টিৰ প্ৰাৰ্থী ৰাণবিজয় ৰায় আৰু সৰ্বভাৰতীয় হিন্দুস্তান কংগ্ৰেছ পাৰ্টিৰ প্ৰাৰ্থী কৃষ্ণ হৰি পাল। মনোনয়ন পত্ৰৰ লগত শপতনামা দাখিল নকৰাৰ বাবে কৃষ্ণ হৰি পালৰ মনোনয়ন বাতিল কৰাৰ বিপৰীতে আমানতৰ ধন জমা নিদিয়াৰ বাবে মনোনয়ন বাতিল হয় বহুজন মুক্তি পাৰ্টিৰ প্ৰাৰ্থী ৰণবিজয় ৰায়ৰ।

উল্লেখযোগ্য যে, তেজপুৰ লোকসভা সমষ্টিত মুঠ ১০ জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। দুজন প্ৰাৰ্থীৰ মনোনয়ন বাতিল হোৱাৰ পাছত ৮ জন প্ৰাৰ্থীৰ মনোনয়ন গৃহীত কৰিছে ৰিটাৰ্ণিং বিষয়াই। মনোনয়ন পত্ৰ গৃহীত হোৱা প্ৰাৰ্থী সকল হ’ল ক্ৰমে-পল্লৱ লোচন দাস(বিজেপি), এম জি ভি কে ভানু(ভাৰতীয় জাতীয় কংগ্ৰেছ),জাইবুৰ ৰহমান খান(নিৰ্দলীয়), মহেন্দ্ৰ ভূঞা(নেশ্যেনলিষ্ট কংগ্ৰেছ পাৰ্টি),মহেন্দ্ৰ ওৰাং(ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেল), বিজয় কুমাৰ টিৰু(নিৰ্দলীয়), ইকবাল আনচাৰি(নিৰ্দলীয়)আৰু ৰাম বাহাদুৰ সুন্দৰ(এন পি পি)।

তেজপুৰ সমষ্টিত ১১ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব। বৰ্তমান সমষ্টিটো বিজেপিৰ দখলত আছে।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনী ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনী ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd