• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইউটিচি গঠনৰ প্ৰক্ৰিয়া অনতিপলমে বন্ধ কৰাৰ দাবী অবড়োৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 5, 2019 9:21 am
Non-Bodo-protest-702x336

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শুকুৰবাৰে অবড়োৰ প্ৰতিবাদ।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুকীয়া বড়োলেণ্ড কিম্বা ইউনিয়ন টেৰিটৰিয়েল কাউন্সিল গঠনৰ প্ৰক্ৰিয়া তুৰন্তে বন্ধ কৰাৰ লগতে ২০০৩ চনত স্বাক্ষৰিত বড়ো চুক্তিখন পুনৰীক্ষণ কৰা হওক আৰুবি টি এ ডি এলেকাৰ পৰা অবড়ো গাঁওসমূহ কৰ্তন কৰক।

উক্ত দাবীসমূহ সন্মুখত ৰাখি শুকুৰবাৰে নতুন দিল্লীৰ যন্তৰ-মন্তৰত অবড়ো সুৰক্ষা সমিতি, সংগ্ৰামী যুৱ-ছাত্ৰ মঞ্চ আৰু নাগৰিক মঞ্চৰ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদকাৰীসকলে ছয় জনগোষ্ঠীৰ জনজাতিকৰণো অবড়ো সুৰক্ষা সমিতিৰ অন্যতম দাবী বুলি উল্লেখ কৰে।

Apply Now

আনহাতে, ধৰ্ণাথলীত আয়োজন কৰা প্ৰতিবাদী সভাত সুৰক্ষা মঞ্চৰ নেতা ব্ৰজেন মহন্তই বড়োলেণ্ডক লৈ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰৰ বিজেপি চৰকাৰখনে কৰি অহা ৰাজনীতিক তীব্ৰ সমালোচনা কৰে। তেওঁ বড়োলেণ্ডক লৈ কেন্দ্ৰই একপক্ষীয়ভাৱে কাম কৰি থকাৰ অভিযোগ উত্থাপন কৰে।

‘’ইউনিয়ন টেৰিটৰিয়েল কাউন্সিলেই হওক অথবা পৃথক বড়োলেণ্ডেই হওক কেন্দ্ৰই অসমীয়া জাতিক ধ্বংস কৰাৰ বাবেই এটা এটাকৈ সিদ্ধান্ত লৈ আছে,’’-মহন্তই অভিযোগ কৰে।

বড়োলেণ্ডৰ সমস্যাক লৈ দ্বিপাক্ষিক বৈঠকৰ পৰিৱৰ্তে বহুপাক্ষিক বৈঠকৰ আয়োজন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় মহন্তই কয় যে ২০০৩ চনত বড়ো চুক্তি স্বাক্ষৰৰ জৰিয়তে আৰম্ভ হোৱা জাতিধ্বংসী প্ৰক্ৰিয়াই এতিয়া বড়োলেণ্ডক অস্থিৰ কৰি তুলিছে।

ইপিনে, ধৰ্ণাস্থলীত উপস্থিত হৈ কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ‘অবড়ো সংগ্ৰাম’খনক পূৰ্ণ সহযোগিতা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আগন্তুক দিনত এই সংগ্ৰামখনক অধিক শক্তিশালী কৰাত গুৰুত্ব প্ৰদান কৰে।

শৰণীয়াই কয়, ‘’ আমি বড়ো চুক্তিৰ পুনৰীক্ষণ বিচাৰো। বিটিচিক উন্নীত কৰাটো আমি নিবিচাৰো।বিটিচিৰ অধীনলৈ অনা অবড়ো গাঁওসমূহ বিটিচিৰ পৰা বাদ দিব লাগিব। যেতিয়ালৈকে বড়ো চুক্তি পুনৰীক্ষণ কৰা নহয়, তেতিয়ালৈকে বিটিএডিত বাস কৰা অবড়োসকলৰ অস্তিত্বৰ প্ৰতি ভাবুকি থাকিব।‘’

ধৰ্মা কাৰ্যসূচীৰ পাছতে সুৰক্ষা সমিতি, সংগ্ৰামী যুৱ-ছাত্ৰ মঞ্চ আৰু নাগৰিক মঞ্চৰ তৰফৰ পৰা ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দ, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙলৈ সুকীয়াভাৱে তেওঁলোকৰ দাবীসম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd