• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

হিন্দু নোহোৱাৰ দোষ! মন্দিৰত নৃত্য প্ৰদৰ্শন কৰিবলৈ দিয়া নহ’ল ভাৰতনাট্যম শিল্পীক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 29, 2022 9:14 pm
Kerala temple bars artist over religion
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিল্প-সংস্কৃতি তথা কলাও এতিয়া হৈ পৰিছে নিৰ্দিষ্ট এক ধৰ্মৰ একচেতীয়া সম্পত্তি। তেনে এক উদাহৰণেই পৰিলক্ষিত হৈছে কেৰালাত।

কেৰালাৰ ত্ৰিচুৰৰ মন্দিৰ প্ৰশাসনে হিন্দু ধৰ্মাৱলম্বী নোহোৱাৰ বাবেই ভাৰতনাট্যম শিল্পী মানচিয়া ভিপিৰ এটা কাৰ্যসূচী বাতিল কৰাৰ অভিযোগ উত্থাপিত হৈছে।

Apply Now

চৰকাৰৰ দেৱস্বম বোৰ্ডৰ অধীনত থকা কুদালমানিক্যম মন্দিৰে মন্দিৰ চৌহদৰ ভিতৰত এজন অ-হিন্দুয়ে নৃত্য প্ৰদৰ্শন কৰিব নোৱাৰে বুলি মন্তব্য কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে।

ভাৰতনাট্যমৰ পিএইচডি গৱেষক মানসিয়া এজন মুছলমান হিচাপে ডাঙৰ দীঘল হৈছিল। শাস্ত্ৰীয় নৃত্যৰ এগৰাকী প্ৰদৰ্শন শিল্পী হোৱাৰ বাবে তেওঁ ইছলামিক গোটৰ সমালোচনাৰ সন্মুখীন হৈছিল।

নৃত্য শিল্পী মানচিয়াই কয়, “ধৰ্মৰ ওপৰত আধাৰিত কৰি বৰ্জন কৰাৰ এয়া মোৰ প্ৰথম অভিজ্ঞতা নহয়। কিছু বছৰ আগতে গুৰুভায়ুৰ মন্দিৰত একেধৰণৰ ঘটনা ঘটিছিল।”

“কলা আৰু শিল্পীসকলক ধৰ্ম আৰু জাতিৰ নিয়মৰ দ্বাৰা দমন কৰা প্ৰক্ৰিয়া অব্যাহত আছে। কোনো এবিধ কলা এটা ধৰ্মৰ একচেটিয়া হৈ পৰিছে, আনহাতে আন এটা ধৰ্মই ইয়াক নিষিদ্ধ কৰিছে। মই ছচিয়েল মিডিয়াত এটা স্মাৰক হিচাপে পোষ্ট কৰিছো যে আমাৰ ‘ধৰ্মনিৰপেক্ষ’ কেৰালাত একো সলনি হোৱা নাই।”- তেওঁ লগতে কয়।

আনহাতে কুদালমানিক্যম দেৱস্বম বোৰ্ডৰ অধ্যক্ষ প্ৰদীপ মেননে কয় যে মন্দিৰৰ পৰম্পৰা অনুসৰি কেৱল হিন্দুসকলেহে মন্দিৰৰ চৌহদৰ ভিতৰত অনুষ্ঠান প্ৰদৰ্শন কৰিব পাৰে।

“১০ দিনীয়া উৎসৱটো মন্দিৰৰ চৌহদত অনুষ্ঠিত হ’ব আৰু প্ৰায় ৮০০ জন শিল্পীয়ে বিভিন্ন অনুষ্ঠানত প্ৰদৰ্শন কৰিব। আমি শিল্পীসকলক সুধিব লাগিব যে তেওঁলোক হিন্দু সম্প্ৰদায়ৰ নে নহয়। মানচিয়াই লিখিতভাৱে দিছিল যে তেওঁৰ কোনো ধৰ্ম নাই। এই বাবে তেওঁৰ অনুষ্ঠান বাতিল কৰা হৈছে।”- মেননে কয়।

কেৰালাত ইয়াৰ পূৰ্বেও উত্তৰ মালাবৰৰ মন্দিৰ প্ৰশাসনে এজন পূৰক্কলি শিল্পীক তেওঁৰ পুত্ৰই এগৰাকী মুছলমান মহিলাক বিয়া কৰোৱাৰ বাবেই মন্দিৰত অনুষ্ঠান প্ৰদৰ্শন কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd