• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা পোন প্ৰথমবাৰৰ বাবে কামাখ্যা ৰেল ষ্টেচনত ড্ৰোন-আধাৰিত পৰীক্ষামূলক পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 23, 2025 8:30 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰে’লৰ ডবা আৰু ৰে’ল ষ্টেচনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা উন্নত কৰাৰ দিশত এক অগ্ৰণী পদক্ষেপ হিচাপে উত্তৰ-পূব সীমান্ত ৰে’লৱেই কামাখ্যা ৰে’ল ষ্টেচনত পোন প্ৰথমবাৰৰ বাবে ড্ৰোন-আধাৰিত পৰীক্ষামূলকপৰিষ্কাৰ-পৰিচ্ছন্নতাঅভিযান সফলতাৰে সম্পন্ন কৰে। এই অভিযানত বিশেষভাৱে ষ্টেচন চৌহদৰ ওপৰত থকা আৰু ঢুকি নোপোৱা গাঁথনিসমূহৰ পৰিষ্কাৰকৰণৰলগতে, ৰে’লৰ ডবাসমূহৰ ছাদ আৰু বহিৰ্ভাগৰঅংশসমূহ পৰিষ্কাৰ-পৰিচ্ছন্নতা কৰাৰ লক্ষ্য ৰখা হৈছিল, যি পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্বচ্ছতা বৃদ্ধিত ড্ৰোন প্ৰযুক্তিৰ সম্ভাৱনাক প্ৰদৰ্শন কৰে।

এই পৰীক্ষামূলক পৰিষ্কাৰকৰণৰ সময়চোৱাত কামাখ্যা কোচিং ডিপো চিক লাইন, আণ্ডাৰফ্লোৰ হুইল লাথে শ্বেডআৰু কামাখ্যা ষ্টেচনৰ বাহ্যিক ডোম অংশ আৰু কেইবাটাও ৰেলৰ ডবা সামৰি লোৱা হৈছিল। অভিযানসমূহে নিখুঁত আৰু সুগমতাৰে ওখ স্থানৰ গাঁথনিসমূহতসুদক্ষভাৱে প্ৰৱেশ আৰু সেইবোৰৰ ৰক্ষণাবেক্ষণৰ বাবে ড্ৰোন প্ৰযুক্তিৰ সামৰ্থ্যক ফলপ্ৰসূভাৱে প্ৰদৰ্শন কৰে।

Apply Now

এই পদক্ষেপে ৰে’ল চৌহদত দক্ষতা, যথাৰ্থতা আৰু পৰিচ্ছন্নতা উন্নত কৰাৰ লক্ষ্যৰে বৰ্ধিত পৰিষ্কাৰকৰণঅভিযানৰ দিশত উদ্ভাৱনীমূলক, প্ৰযুক্তি চালিত সুবিধা গ্ৰহণ কৰাৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেৰঅবিৰত প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে। ড্ৰোন-আধাৰিত পৰিষ্কাৰকৰণে কেৱল প্ৰৱেশযোগ্যতা আৰু যথাৰ্থতাই উন্নত নকৰে কিন্তু বিপদজনক অথবাওখ স্থানৰ এলেকাৰ ক্ষেত্ৰত শাৰীৰিক শ্ৰমৰ ওপৰত নিৰ্ভৰশীলতাও হ্ৰাস কৰে।

এই প্ৰাৰম্ভিক প্ৰদৰ্শনৰ সফলতাই উত্তৰ পূব সীমান্ত ৰেলৱেৰ নেটৱৰ্কৰ অধীনত গুৰুত্বপূৰ্ণ ষ্টেচন আৰু ৰেলসমূহত ড্ৰোন-আধাৰিত পৰিষ্কাৰ পৰিচ্ছন্নতা ব্যৱস্থাই ব্যাপক প্ৰয়োগৰ দুৱাৰ মুকলি কৰিছে। এই পদক্ষেপটোৱে ভাৰতীয় ৰে’লৱেৰ আন্তৰ্জাতিক মানদণ্ড অনুসৰণ কৰা অত্যাধুনিক, স্মাৰ্ট তত্বাৱধান পদ্ধতিগ্ৰহণৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই বহনক্ষম, প্ৰযুক্তি-চালিত উদ্ভাৱনৰ সৈতে ক্ৰমান্বয়ে আগবাঢ়িছে যিযাত্ৰী তথা ৰে’লকৰ্মীৰ বাবে আৰু অধিক পৰিষ্কাৰ, সুৰক্ষিত লগতে অধিকউপযুক্ত ৰে’ল পৰিৱেশগঢ়ি তোলাত সহায়ক হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd