• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আই এছ এলত সোমবাৰে ডিফেণ্ডিং চেম্পিয়ন বেংগালুৰু এফ চিৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব নৰ্থ-ইষ্ট য়ুনাইটেডে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 19, 2019 8:02 am
North East United FC

নৰ্থ-ইষ্ট য়ুনাইটেড এফ চি

1.8k
VIEWS
Share on FacebookShare on Twitter

হিৰো ইণ্ডিয়ান ছুপাৰ লীগত সোমবাৰে ডিফেণ্ডিং চেম্পিয়ন বেংগালুৰু এফ চিৰ বিৰুদ্ধে খেলেৰ অভিযান আৰম্ভ কৰিব নৰ্থ-ইষ্ট য়ুনাইটেডে।

শুকুৰবাৰে অনুষ্ঠিত হোৱা এখন সংবাদমেলত নৰ্থ-ইষ্ট য়ুনাইটেডৰ মুখ্য প্ৰশিক্ষক ৰবাৰ্ট জাৰ্নিয়ে বেংগালুৰুৰ বিৰুদ্ধে হ’বলগীয়া খেলখনৰ বাবে তেওঁলোক সম্পূৰ্ণৰূপে সাজু বুলি মন্তব্য কৰে।

বেংগালুৰুৰ শ্ৰীকান্তিৰাৱা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া খেলখনত ঘৰুৱা দৰ্শকৰ উপস্থিতিয়ে বেংগালুৰুক সহায় কৰিব যদিও নৰ্থ-ইষ্ট য়ুনাইটেডে জয়ৰ লক্ষ্যৰে খেলখনত অৱতীৰ্ণ হ’ব বুলি প্ৰশিক্ষক জাৰ্নিয়ে কয়।

আনহাতে, নৰ্থ-ইষ্ট য়ুনাইটেডত বৰ্তমান কোনোধৰণৰ আঘাতৰ সমস্যা নাই বুলি উল্লেখ কৰি জাৰ্নিয়ে দলটোৰ খেলুৱৈ সকলে সৰ্বোচ্চ উজাৰি খেলসমূহত অংশ ল’ব বুলি জনায়।

তদুপৰি, বেংগালুৰু এফ চিৰ অধিনায়ক সুনীল ছেত্ৰী, উদান্ত সিঙকে ধৰি ভালেকেইগৰাকী খেলুৱৈ ৰাষ্ট্ৰীয় দলৰ সৈতে থাকিবলগীয়া হোৱাত দলটোৰ শক্তি কিছু পৰিমাণে হ্ৰাস পাব যদিও এইক্ষেত্ৰত নৰ্থ-ইষ্ট য়ুনাইটেডে গুৰুত্ব দিয়া নাই বুলি উল্লেক কৰি প্ৰশিক্ষকগৰাকীয়ে তেওঁৰ লক্ষ্য উন্নত খেল প্ৰদৰ্শন কৰা আৰু জয়ী হোৱা বুলিহে কয়।

Recent News

হামাছৰ দৰে আক্ৰমণ কৰিছে পাকিস্তানে! ভাৰতে ধ্বংস কৰিলে তিনিখন যুদ্ধ বিমান

হামাছৰ দৰে আক্ৰমণ কৰিছে পাকিস্তানে! ভাৰতে ধ্বংস কৰিলে তিনিখন যুদ্ধ বিমান

অত্যধিক চুলি সৰে? শৰীৰত এই তিনিটা গুৰুত্বপূৰ্ণ উপাদানৰ অভাৱৰ লক্ষণ হ’ব পাৰে, জানি লওক

অত্যধিক চুলি সৰে? শৰীৰত এই তিনিটা গুৰুত্বপূৰ্ণ উপাদানৰ অভাৱৰ লক্ষণ হ’ব পাৰে, জানি লওক

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

‘অপাৰেচন সিন্দুৰ’ৰ বাবে ট্ৰেডমাৰ্কৰ আবেদন প্ৰত্যাহাৰ ৰিলায়েন্সৰ; কি ক’লে আম্বানিৰ সংস্থাই?

‘অপাৰেচন সিন্দুৰ’ৰ বাবে ট্ৰেডমাৰ্কৰ আবেদন প্ৰত্যাহাৰ ৰিলায়েন্সৰ; কি ক’লে আম্বানিৰ সংস্থাই?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd