DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছেপ্তেম্বৰৰ পৰা মিজোৰামলৈ অধিক ঘৰুৱা বিমান সংযোগৰ সম্ভাৱনা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 20, 2019 10:49 am
GoAir

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

2.2k
VIEWS
Share on FacebookShare on Twitter

অসমৰ চুবুৰীয়া ৰাজ্য মিজোৰামে ছেপ্তেম্বৰ মাহৰ পৰা অধিক বিমান সেৱা লাভ কৰাৰ সম্ভৱনা আছে।

উল্লেখযোগ্য যে, মিজোৰামে বিগত কিছু মাহ ধৰি বিমান সেৱা সংযোগৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখিন হৈ আহিছে।

সোমবাৰে ৰাজহুৱা বিমান পৰিবহন বিভাগৰ মুখ্য পৰামৰ্শদাতা উয়িং কামাণ্ডাৰ জো লালমিংলিনাই গ’ এয়াৰ, ইণ্ডিগ’ আৰু এলায়েঞ্চ এয়াৰ নামৰ বিমান পৰিবহন সংস্থা তিনিটাই দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মিজোৰামলৈ বিমানৰ চলাচল আৰম্ভ কৰিব বুলি উল্লেখ কৰে।

গ’ এয়াৰে কলকতা-গুৱাহাটী-আইজলৰ মাজত ছেপ্তেম্বৰৰ ২৩ তাৰিখৰ পৰা দৈনিক বিমান সেৱা আৰম্ভ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়া বুলিও মত প্ৰকাশ কৰে।

বৰ্তমান দিল্লীত বাহৰ পাতি থকা লালমিংলিনাই তাৰোপৰি ইণ্ডিগ’ আৰু এলায়েঞ্চ এয়াৰে বিমান পৰিবহন বিভাগৰ মুখ্য সঞ্চালকৰ ওচৰত অনুমতি বিচাৰি আবেদন জনাইছে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, পৰ্য্যাপ্ত বিমান সেৱাৰ সুবিধা নোহোৱা বাবে মিজোৰামৰ জনসাধাৰণে বিমান যাত্ৰাৰ ক্ষেত্ৰত দীৰ্ঘদিনৰ পৰা অসুবিধা ভোগ কৰি আহিবলগীয়া হৈছে।

Recent News

দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd