• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ ভিতৰতে উত্তৰ-পূবৰ ভোটদানৰ হাৰ সৰ্বাধিক, ত্ৰিপুৰাই গঢ়িলে অভিলেখ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 12, 2019 7:39 pm
11-04-19 Duliajan- casting vote (5)

বৃহস্পতিবাৰে দুলীয়াজানৰ এটা ভোটকেন্দ্ৰত ভোটাৰৰ লানি। ফটো : য়ু বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে দেশত অনুষ্ঠিত হোৱা সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ হৈছিল ২০ খন ৰাজ্যৰ ৯১ টা সমষ্টিত। আটাইকেইখন ৰাজ্যত ভোটদানৰ হাৰলৈ লক্ষ্য কৰিলে দেখা যায় যে দেশৰ আন অংশৰ ৰাজ্যৰ তুলনাত অভিলেখ সংখ্যক ভোটদান সম্পন্ন হয় উত্তৰ-পূবৰ ৮ ৰাজ্যত।

উত্তৰ-পূবৰ আঠোখন ৰাজ্যৰ ভিতৰত ত্ৰিপুৰাত দেশৰ প্ৰথম পৰ্য্যায়ৰ ৯১ খন আসনৰ ভিতৰতে অভিলেখ সংখ্যক ৮১.৮০ শতাংশ ভোটদান সম্পন্ন হয়। ত্ৰিপুৰাত প্ৰথম পৰ্য্যায়ত কেৱল এখন লোকসভা আসনৰ বাবে ভোটদান সম্পন্ন হৈছিল।

Apply Now

ত্ৰিপুৰাৰ পাছতে স্থান অসমৰ। অসমত ৭৮.২৩ শতাংশ লোকে ভোটাধিকাৰ সাব্যস্ত কৰে। ৰাজ্যখনৰ ৫ খন আসনৰ বাবে প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।

অসমৰ পাছতেই স্থান লাভ কৰা মণিপুৰত ৭৮.২০ শতাংশ লোকে ভোটদান সাব্যস্ত কৰে। মণিপুৰতো এখন আসনৰ বাবে প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। ৰাজ্যখনৰ মুঠ ১৫৬২ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰ সকলে শান্তিপুৰ্ণভাৱে ভোটদান কৰে।

তদুপৰি, ছিকিমত ৬৯, মিজোৰামত ৬০, নাগালেণ্ডত ৭৮, মেঘালয়ত ৬৭.১৬ আৰু অৰুণাচল প্ৰদেশত ৬৬ শতাংশ ভোটাৰে ভোটদান কৰিছে।

মন কৰিবলগীয়া যে, দেশৰ অন্য ৰাজ্যসমূহৰ তুলনাত উত্তৰ পূবৰ ৰাজ্যকেইখনৰ ভোটৰ হাৰ সৰ্বাধিক। বিহাৰত দেশৰ ভিতৰতে ভোটৰ হাৰ কম। বিহাৰত ভোটৰ হাৰ মাত্ৰ ৫০ শতাংশ। পশ্চিমবংগত ৮১ শতাংশ ভোটৰ হাৰ যদিও উত্তৰ প্ৰদেশত ৬৩.৬৯, উত্তৰাখণ্ডত ৫৭.৮৫ শতাংশ। লগতে জম্মু কাশ্মীৰত ৫৪.৪৯, ছত্তিশগড়ত ৫৬ শতাংশ আৰু অন্ধ্ৰপ্ৰদেশত ৬৬ শতাংশ।

যিসময়ত উত্তৰ-পূৰ্বাঞ্চল দেশৰ অন্য প্ৰান্তৰ বাবে এতিয়াও অস্পৃশ্য, তেনে সময়তে অঞ্চলটোৰ বাসিন্দাসকলে সৰ্বোত্তম গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি ব্যাপক সঁহাৰি প্ৰদৰ্শন কৰি এক উদাহৰণ দাঙি ধৰিলে।

তদুপৰি, সততে ভাৰতীয় মূল সুঁতিৰ পৰা আঁতৰি থকা বুলি অভিযোগ উত্থাপিত হৈ অহাৰ পাছতো ‘নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়াটোত ব্যাপক মাত্ৰাত ভোট দান কৰি সচেতনতাৰ পৰিচয় দাঙি ধৰিছে।

Tags: নিৰ্বাচন ২০১৯
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd