• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আতংক; ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল উত্তৰ গুৱাহাটীবাসী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 24, 2019 6:58 pm

1 min read

4.2k
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰে আই আই টি গুৱাহাটীকে ধৰি উত্তৰ গুৱাহাটী বাসী।

উত্তৰ গুৱাহাটীৰ ঔদ্যোগিক অঞ্চলত থকা বটলিং প্ৰকল্পৰ টেংকীৰ পৰা প্ৰায় এঘন্টা সময় ধৰি ৰন্ধন গেছ(এল পি জি) নিৰ্গত হোৱাক কেন্দ্ৰ সমগ্ৰ অঞ্চলটোত হাহাকাৰ পৰিবেশৰ সৃষ্টি হয়।

বটলিং প্ৰকল্পৰ টেংকীৰ পৰা এঘণ্টাত প্ৰায় ৫০০ টন ৰন্ধন গেছ নিৰ্গত হয় বুলি জানিব পৰা গৈছে।

এন পি জি গেছত মূলত প্ৰপেন আৰু বিউটেন থাকে আৰু ই অতিকৈ দাহ্য গেছ যি মুহুৰ্তৰ ভিৰতৰে বৃহৎ অগ্নিকাণ্ডৰ সৃষ্টি কৰিব পাৰে।

প্ৰকল্প কৰ্তৃপক্ষই কাৰিকৰী বিজুতিৰ বাবে এনে ধৰণৰ ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰে।

আনহাতে, প্ৰকল্পৰ পৰা নিৰ্গত হোৱা ৰন্ধন গেছৰ বজাৰ মূল্য প্ৰায় আঢ়ৈ কোটি টকাৰ ওচৰা ওচৰি হ’ব বুলি ধাৰণা কৰা হৈছে।

ৰন্ধন গেছ নিৰ্গত হোৱা ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানো উত্তৰ গুৱাহাটী বাসী আতংকিত হৈ আছে।

স্থানীয় লোকসকলে কৰ্তৃপক্ষৰ অবিবেচক কাণ্ডৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে।

Recent News

a modi

পুনৰ প্ৰধানমন্ত্ৰীৰ ৰূপত গৰিষ্ঠসংখ্যক দেশবাসীয়ে বিচাৰে মোদীক, সমীক্ষাত ম্লান পৰিল ৰাহুলৰ জনপ্ৰিয়তা

WhatsApp Image 2021-01-17 at 12.59.23 PM

গাব্বাত দুৰ্দান্ত প্ৰদৰ্শন নৱাগত তাৰকা শাৰ্দুল-সুন্দৰৰ; ভংগ কৰিলে ৩০ বছৰ পুৰণি অভিলেখ

WhatsApp Image 2021-01-17 at 11.51.37 AM

পুনৰ কৰ’নাৰ তাণ্ডৱ! চীনে ৫দিনৰ ভিতৰতে নিৰ্মাণ কৰিলে ১৫০০ কোঠাৰ হাস্পাতাল

373268-pm-cares-fund-2

স্বচ্ছতাৰ অভাৱ! পি এম কেয়াৰ্ছ ফাণ্ডক লৈ প্ৰাক্তন আমোলাৰ প্ৰশ্নৰ সন্মুখীন প্ৰধানমন্ত্ৰী মোদী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd