• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইৰাণ যুদ্ধৰ মাজতে অস্তিত্ব ঘোষণা উত্তৰ কোৰিয়াৰ; নিক্ষেপ কৰিলে ‘প্ৰায় ১০টা বেলিষ্টিক মিছাইল’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 14, 2026 12:59 pm
53
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৃথিৱীৰ বিভিন্ন প্ৰান্তত সংঘাত বা যুদ্ধ সংঘটিত হৈছে। ইৰাণত চলি আছে ‘যুদ্ধ’। ইয়াৰে কোনো এটাৰ লগত কিম জং উনৰ উত্তৰ কোৰিয়া প্ৰত্যক্ষভাৱে জড়িত নহয়। তাৰ মাজতে দক্ষিণ কোৰিয়াই দাবী কৰিছে যে উত্তৰ কোৰিয়াই জাপান সাগৰৰ ফালে প্ৰায় ১০টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে।

সংবাদ সংস্থাৰ এক প্ৰতিবেদন অনুসৰি দক্ষিণ কোৰিয়াৰ জইন্ট চীফ অফ ষ্টাফে জনোৱা মতে, স্থানীয় সময় অনুসৰি নিশা ১:৩০ বজাত প্ৰায় ১০টা বেলিষ্টিক মিছাইল ধৰা পৰিছে। যিবোৰ উত্তৰ কোৰিয়াৰ চুনান অঞ্চলৰ পৰা সাগৰৰ ফালে নিক্ষেপ কৰা হৈছিল।

Apply Now

সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি ছিউলে দাবী কৰিছে যে পিয়ংইয়াঙে দক্ষিণ কোৰিয়া আৰু আমেৰিকাৰ সৈতে যৌথ সামৰিক অনুশীলন চলোৱাৰ পিছত নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে এই ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে।

টকিঅ’ই দাবী কৰিছে যে জাপানৰ একচেটিয়া অৰ্থনৈতিক অঞ্চলৰ বাহিৰত এই ক্ষেপণাস্ত্ৰ সাগৰত পৰিছে। অৱশ্যে দক্ষিণ কোৰিয়াই কোনো ধৰণৰ ৰিস্ক লোৱা নাই। বাতৰি অনুসৰি, দক্ষিণ কোৰিয়াৰ সেনাই নিৰীক্ষণ বৃদ্ধি কৰা বুলি প্ৰকাশ কৰিছে। যিকোনো পৰিস্থিতিৰ বাবে বাহিনীটোক সাজু কৰি ৰখা হৈছে।

উত্তৰ কোৰিয়াই কোনো অতিৰিক্ত অস্ত্ৰ নিক্ষেপ কৰে নে নকৰে সেই সন্দৰ্ভত আমেৰিকা আৰু জাপানৰ সৈতে বিভিন্ন তথ্য শ্বেয়াৰ কৰা হৈছে বুলি উল্লেখ কৰিছে দক্ষিণ কোৰিয়াই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd