• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ; মাৰ্ঘেৰিটাত তীব্ৰ প্ৰতিবাদ, আৰক্ষীৰে হতাহতি

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , December 10, 2019 7:51 pm

1 min read

উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ; মাৰ্ঘেৰিটাত তীব্ৰ প্ৰতিবাদ, আৰক্ষীৰে হতাহতি
2.2k
VIEWS
Share on FacebookShare on Twitter

আজি সমগ্ৰ অসমৰ লগতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাতো ‘কেব’ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত হয়। পুৱাৰে পৰা হাজাৰ হাজাৰ লোক আছুৰ আহ্বানত ৰাজপথলৈ ওলাই আহিল।

মাকুমপথাৰ, চেগুনবাৰী তিনিআলি, মাৰ্ঘেৰিটা বজাৰ, লিডু, জাগুন আদি বিভিন্ন অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদকাৰীসকলে বিধেয়কৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

মাৰ্ঘেৰিটা আঞ্চলিকৰ ছাত্ৰ সন্থাৰ সভাপতি চিন্তু গগৈ আৰু ভাঃ সম্পাদক ৰুপম বৰুৱাৰ নেতৃত্বত প্ৰতিবাদী ৰাইজে চেগুনবাৰী তিনিআলিৰ পৰা মাৰ্ঘেৰিটা বজাৰ পৰা পুনৰ চেগুনবাৰী তিনিআলিলৈকে প্ৰতিবাদী সমদলো বাহিৰ কৰে।

নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, মুখ্য মন্ত্ৰী সৰ্বানন্দ, হিমন্তু বিশ্ব শৰ্মাৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদী শ্ল’গান দি প্ৰতিবাদকাৰীসকলে, “তেজ দিম তথাপি অসমত ‘কেব’ কাৰ্যকৰী হ’ব নিদিওঁ লাগিলে অসমীয়া জাতিয়ে দ্বিতীয়খন শৰাইঘাটৰ যুদ্ধি কৰিব” বুলি কয়।

আনহাতে চেগুনবাৰী তিনিআলিৰ মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাৰ বিধায়ক কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদকাৰীয়ে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে সেই সময়তে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নুমুৱাবলৈ চেষ্টা কৰা কাৰ্যক লৈ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হয়।

মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই শ্বহীদ দিৱস উপলক্ষে উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চত থকা শ্বহীদ বেদীত বন্তি প্ৰজ্বলনেৰে ৮৫৫ জন শ্বহীদলৈ শ্ৰদ্ধাঞ্জালি জ্ঞাপন কৰে।

Recent News

Jack Ma, Missing For Months, Emerges for First Ti

উৎকণ্ঠাৰ অৱসান: সন্ধান পোৱা গ’ল চীনৰ ধন কুবেৰ জেক মাৰ

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd